31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    গাওঁৰক্ষী বাহিনী আৰু আৰক্ষী উদ্যোগত শিক্ষাৰ্থীক সম্বৰ্ধনা

    পৰ্বতঝোৰাৰ মহকুমাৰ বগৰিবাৰী গাওঁৰক্ষী বাহিনীৰ কাৰ্য্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় উত্তীৰ্ণ   ৬ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক বগৰিবাৰী আৰক্ষী  আৰু গাওঁৰক্ষী বাহিনীয়ে সম্বৰ্ধনা জনায়।
    ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা পত্ৰ  কিতাপ , ডাইৰি আৰু কলম আদি উপহাৰ দিয়ে।


    উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে ববগৰীবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ লগতে গাওঁ ৰক্ষী বাহিনী সদস্য সকলকৰ লগতে দল সংগঠন ও  বিশিষ্ট ব্যক্তি  সকলে উপস্থিত থাকে ।

    ধুবুৰী আলী আজাত ইছলামৰ

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds