31.3 C
Guwahati
Friday, September 19, 2025
More

    শেহতীয়া আপডেটঃ

    বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত

    "বিটিচিলৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে ১৫ শ কোটিকৈ টকা আগবঢ়ায় যদিও অঞ্চলটো তুলনামূলকভাৱে এতিয়াও পিছ পৰি আছে।" -মুখ্যমন্ত্রী

    • প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত ৩টা দিন বাকী
    • ওদালগুৰি জিলাত বিজেপি দলে ১০ টা সমষ্টিৰ ভিতৰত ৭টাত প্ৰতিদ্বন্দ্বিতা
    • May be an image of 5 peopleমুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি বিজেপিৰ কেইবাগৰাকীও শীর্ষ নেতাৰ ব্যাপক প্ৰচাৰ

    May be an image of 5 people, crowd and text

    • খালিংদুৱাৰ সমষ্টিত দলীয় প্ৰাৰ্থী অর্জুন দৈমাৰীৰ সমৰ্থনত ড০ হিমন্ত বিশ্ব শৰ্মাৰ পলাহগড়ত প্ৰচাৰ
    • ৰাজগড়ত নোনাই চেৰফাং সমষ্টিৰ প্ৰাৰ্থী ৰণজিৎ‍ তাঁতীৰ হৈ নির্বাচনী সভাতো অংশগ্ৰহণ

    May be an image of 3 people

    • “বিটিচিলৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে ১৫ শ কোটিকৈ টকা আগবঢ়ায় যদিও অঞ্চলটো তুলনামূলকভাৱে এতিয়াও পিছ পৰি আছে।” -মুখ্যমন্ত্রী

    May be an image of 3 people and text

    • তামুলপুৰ জিলাৰ শুকলাই চেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী লক্ষী দাসৰ হৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নিৰ্বাচনী প্ৰচাৰ
    • সভাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাসহ দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত

    May be an image of 1 person and crowd

    • ভাষণত মুখ্যমন্ত্ৰীয়ে অৰুণোদয়, মহিলা উদ্যমিতা আঁচনিকে ধৰি কেইবাটাও জনকল্যাণসমূলক আঁচনিৰ সুবিধা জনসাধাৰণক দিয়াৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি প্ৰকাশ

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.