31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    নলবাৰী ৰাসত বজৰংগ দলৰ গুৰুত্বপূৰ্ণ সূচনা

    নলবাৰী ৰাসত বজৰংগ দলৰ গুৰুত্বপূৰ্ণ সূচনা।

    হিন্দুৰ আৰাধ্য দেৱ-দেৱী সম্বলিত চেল্ফী পইণ্টৰ পৰা বিৰত থকাৰ আহ্বান।

    নলবাৰী চহৰস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰত ৭ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ তেৰ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে ৰাস মহোৎসৱ।এই ৰাস মহোৎসৱত গোটেই নলবাৰী চহৰখনেই জাক-জমকীয়া কৰি তুলা হৈছে।কিন্তু বিশেষকৈ চৰ্চালৈ আহিছে চেল্ফী পইণ্টহে।কিয়নো,হিন্দুৰ আৰাধ্য দেৱ-দেৱীৰ ফটো সম্বলিত চেল্ফী পইণ্ট বোৰত চেল্ফী তুলাকলৈ ক্ষুন্ন হৈ পৰিছে বজৰংগ দল,নলবাৰী জিলা সমিতিয়ে।তেওলোকে গোহাৰী আকাৰে ৰাইজক আহ্বান জনাইছে যে হিন্দুৰ আৰাধ্য দেৱ-দেৱী সমূহৰ প্ৰতিকৃতি সম্বলিত চেল্ফী পইণ্টত চেল্ফি লৈ দেৱ-দেৱী সমূহৰ লগত বাহুবালী কৰাৰ পৰা বিৰত থাকক।এনে কাৰ্যৰ দ্বাৰা সনাতনী হিন্দু সংস্কৃতিক বিকৃতকৰণ কৰাহে হৈছে।সেয়ে এনেকুৱাকাৰ্য অনতি পলমে বন্ধ কৰিবলৈ সূচনা দিয়ে দলৰ নেতৃত্ববৃন্দই।

     

    নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds