Wednesday, July 23, 2025
35.2 C
Guwahati
TOP NEWS:

শিল্পী আচুৰ্য বৰপাত্ৰ ৰাজনীতি দলত যোগদান কৰা বাতৰি ভূৱা

- Advertisement -

শিল্পী আচুৰ্য বৰপাত্ৰ ৰাজনীতি দলত যোগদান কৰা বাতৰি ভূৱা নিজৰ ফেচবুক পেজত শিল্পী গৰাকীয়ে এই দৰে স্পষ্টীকৰণ দিয়ে ।

■■ মই কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ কথা সম্পূৰ্ণ ভিত্তিহীন।

■■ মোক গানৰ আচুৰ্য বৰপাত্ৰ হৈয়ে থাকিবলৈ দিয়ক। মোৰ সিদ্ধান্ত মই নিজে নজনাকৈয়ে ৰাইজৰ মাজত কৈ খোকোজা নলগাব।

■■ৰাইজৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে। ৰাইজে মোৰ গানক দিয়া মৰমৰ ওচৰত মই চিৰকৃতজ্ঞ।
◆◆ অনুগ্ৰহ কৰি ভুল কথাবোৰক প্ৰচাৰ নকৰিব।
কাতৰ অনুৰোধ।

■■গানৰ হৈ থাকিবলৈ দিয়ক।

Hot this week

Nokia 5G phone launch at 200MP camera 6000mAh battery and 65w charging

Nokia 5G phone: The Nokia N73 5G represents a remarkable...

ASSAM RIFLES RECOVERS HEROIN AND METHAMPHETAMINE WORTH ₹76 Cr IN JIRIBAM DISTRICT, MANIPUR

■ In a significant blow to drug trafficking, Assam...

Topics

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Samsung India Begins Pre Orders for Galaxy Z Fold7, Galaxy Z Flip7 – The Most Advanced Galaxy Z series yet

New Delhi, July 14, 2025: Samsung, India’s largest consumer electronics...

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাঃ দুয়োটা ইঞ্জিনেই বিকল হৈছিল

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাঃ দুয়োটা ইঞ্জিনেই বিকল হৈছিল বিমান দুৰ্ঘটনাৰ...

অতিথিসকলক মাননি প্ৰদানৰ প্ৰয়োজনীয়তা –   ড° বুলজিৎ বুঢ়াগোহাঁই

          আজি-কালি সাংস্কৃতিক, শিক্ষামূলক, সামাজিক, ক্ৰীড়া আৰু ব্যৱসায়িক ক্ষেত্ৰৰ...

Related Articles

Popular Categories

Assam
overcast clouds
34.2 ° C
34.2 °
34.2 °
64 %
1kmh
100 %
Wed
34 °
Thu
31 °
Fri
35 °
Sat
31 °
Sun
25 °