গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত জাপান কাৰ্নিভাল-২০২৪ ৰ সামৰণি

গুৱাহাটী: গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত কালিৰে পৰা দুদিনীয়াকৈ বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত জাপান কাৰ্নিভাল -২০২৪ ৰ আজি সন্ধিয়া সামৰণি পৰে। বিশ্ববিদ্যালয়খনৰ ইংৰাজী আৰু […]

ভাষা গৌৰৱ সপ্তাহত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত বক্তৃতানুষ্ঠান

গুৱাহাটীঃ মহানগৰীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত মহাবিদ্যালয়খনৰ প্ৰাক্তন প্ৰাগজ্যোতিষীয় সতীৰ্থ সন্মিলনৰ উদ্যোগত আৰু অসমীয়া বিভাগৰ সহযোগত “ভাষা গৌৰৱ সপ্তাহ” উপলক্ষ্যে আজি এক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়৷ […]

অসম মহিলা অভিযন্তা সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজন

গুৱাহাটীঃ ৰাজ্যৰ মহিলা অভিযন্তা সকলৰ একমাত্ৰ আৰু উমেহতীয়া সংগঠন অসম মহিলা অভিযন্তা সন্থা’ৰ (Women Engineers Forum of Assam) ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস অহা ৯ নবেম্বৰত গুৱাহাটীৰ […]

সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ সহযোগত ৪৬ জন ছাত্ৰ-ছাত্ৰীক প্ৰায় ৯০% বিনামূলীয়াকৈ UPSC/APSC পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে গুৱাহাটীত পাঠদানৰ ব্যৱস্থা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰত্যেকতো জাতি জনগোষ্ঠী উন্নয়নৰ হকে ভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ একেদৰে সংখ্যালঘু উন্নয়নৰ বাবে বহুত নতুন আঁচনি আৰু প্ৰদক্ষেপ গ্ৰহণ […]

অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি তথা অমৃত প্ৰবাহৰ মুখ্য সম্পাদক মৃণালিনী দেৱীৰ ওপজা দিন পালন

অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি তথা অমৃত প্ৰবাহৰ মুখ্য সম্পাদক মৃণালিনী দেৱীৰ আজি ওপজা দিন।এই উপলক্ষে অমৃত প্ৰভাহ আৰু অমৃত নিউজৰ কাৰ্যালয়ত পালন কৰা হয় […]

প্ৰকৃতিপ্ৰেমীলৈ সুখবৰঃ দীপৰ বিললৈ আহিছে দেশী-বিদেশী পৰিভ্ৰমী চৰাই

আজাৰাঃ গুৱাহাটীৰ অন্যতম জলাশয় হিচাপে পৰিগণিত হৈ অহা দীপৰ বিললৈ লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে দেশী-বিদেশী পৰিভ্ৰমী চৰাই সমূহ। উল্লেখ্য যে ১৯৭২ চনত ইৰাণৰ ৰামচাৰ […]

সংগীত পৰিবেশনৰে সাংস্কৃতিকপ্ৰেমী ৰাইজৰ অন্তৰ জয় কৰিছে পশ্চিম গুৱাহাটীৰ ৰাজাপানীচন্দাৰ উদীয়মান কণ্ঠশিল্পী চিন্ময় ৰাভাই

আজাৰাঃ পশ্চিম গুৱাহাটীৰ সংগীতৰ জগতখনত শেহতীয়াকৈ এটা চিনাকী নাম হৈছে উদীয়মান কণ্ঠশিল্পী চিন্ময় ৰাভা (দিয়ান)। বৰ্ত্তমান গুৱাহাটীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত স্নাতক মহলাৰ কলা শাখাৰ তৃতীয় […]

প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ ২০২৪ ৰ প্ৰাৰম্ভিক অনুষ্ঠান

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিশেষ কাৰ্যক্ৰম গুৱাহাটীঃ সমাগত ‘প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৪-ৰ লগত সংগতি ৰাখি আজি গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয় প্ৰেক্ষাগৃহত দুই শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত এক […]

মাতৃৰ স্মৃতিত প্ৰতিষ্ঠা কৰা জালুকবাৰীৰ হেমলতা ধাবাঃ শিক্ষিত যুৱতীসহ ডেৰকুৰিৰো অধিকক দিছে কৰ্মসংস্থাপন; জনগোষ্ঠীয় খাদ্য সম্ভাৰৰে অন্তৰ জয় কৰিছে খাদ্যৰসিকক

জালুকবাৰীঃ বিগত কেইটামান দিনত গুৱাহাটী পৌৰ নিগমে গুৱাহাটীৰ বিভিন্ন অঞ্চলত হোটেল, ৰেস্তোৰাঁ, ধাবাত অভিযান চলায় কেইবাখনতো খাদ্যৰ অনুপযোগী মাংস আদি জব্দ কৰাৰ লগতে অতি অস্বাস্থ্যকৰ […]

অসম লেখিকা সমাজৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

গুৱাহাটীঃ অসম লেখিকা সমাজৰ উদ্যোগত আৰু নলবাৰী জিলা লেখিকা সমাজৰ সহযোগত অহা ৭ নৱেম্বৰত দিনযোৰা কাৰ্যসূচীৰে নলবাৰী জিলা পুথিভৰাল প্ৰাংগনত অসম লেখিকা সমাজৰ তৃতীয় বাৰ্ষিক […]