মহানগৰীত সুৰক্ষিত যাতায়াতৰ লক্ষ্য

কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত ১৮নৱেম্বৰৰ পৰা ই-ৰিক্সা আৰু ই অটোৰিক্সা চালকক বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ গুৱাহাটীঃ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত আৰু […]

মামণি ৰয়ছম গোস্বামীয়ে নিজ সৃষ্টিশীল কৰ্মৰাজিৰ জৰিয়তে আমাৰ জাতি আৰু ভাষাক বিশ্বৰ বুকুত এক সুকীয়া পৰিচয় দিছিল- শিক্ষামন্ত্ৰী ডাঃ পেগু

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু পুথিভঁৰাল সেৱা সঞ্চালয়কালয়ৰ সহযোগত মামণি ৰয়ছম গোস্বামী জয়ন্তী উদযাপন দিছপুৰঃ বিশিষ্ট সাহিত্যিক, সুলেখিকা তথা জ্ঞানপীঠ বঁটা বিজয়ী মামণি […]

নীলাচল জাতীয় বিদ্যালয়ত শিশু দিৱস উদযাপন

বিগত বৰ্ষৰ দৰে এই বৰ্ষও নীলাচল জাতীয় বিদ্যালয়ত ত্ৰয়োদশ সংখ্যক শিশু দিৱস উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ অধ্যক্ষ […]

ৰামধেনু যুগৰ গল্প লিখক নিত্যানন্দ তামূলীৰ বিয়োগ

ৰামধেনু যুগৰ এগৰাকী বিশিষ্ট গল্পলেখক শ্রীনিত্যানন্দ তামূলীৰ যোৱা ১৩ নৱেম্বৰৰ দিনা বিয়লি ৩.১৫ বজাত গুৱাহাটীৰ ছয়মাইলস্থিত ‘আকাংক্ষা মেন্‌ছন’ৰ নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। তামূলীয়ে ১৯৫৭ চনত […]

মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ই ৰিক্সা, ই অটোৰিক্সা ডিলাৰেৰে গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটীঃ কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত আজি ই ৰিক্সা আৰু ই অটোৰিক্সা ডিলাৰৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু […]

তোলাৰাম বাফনা কৃত্ৰিম ভৰি আৰু কেলিপাৰ কেন্দ্ৰত দিব্যাংগক কৃত্ৰিম ভৰি সংযোজন

গুৱাহাটীঃ গুৱাহাটীৰ পাৰ্শ্ববৰ্তী আমিনগাঁওস্থিত তোলাৰাম বাফনা কৃত্ৰিম ভৰি আৰু কেলিপাৰ কেন্দ্ৰত প্ৰতিষ্ঠাৰ সময়ৰে পৰা দিব্যাংগ লোকক বিনামূলীয়াকৈ কৃত্রিম ভৰি সংযোজন কৰি নৱজীৱন প্রদান কৰি অহা […]

পাণ্ডুত নিজ ঘৰৰ পৰা সন্ধানহীন হোৱা যুৱকৰ মৃতদেহ পাণ্ডুঘাটত উদ্ধাৰ

জালুকবাৰীঃ মহানগৰীৰ পাণ্ডুত নিজ ঘৰৰ পৰা ৭ নৱেম্বৰত নিজ ঘৰৰ পৰা ওলাই গৈ সন্ধানহীন হৈ থকা কিৰণ ধৰ নামৰ এজন ৩৩ বছৰীয়া যুৱকৰ মৃতদেহ পাঁচদিনৰ […]

গ্ৰাহকক স্বাস্থ্য বিধি উলংঘা কৰি মাছ-মাংস বিক্ৰী কৰা বিক্ৰেতাৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ অভিযান

গুৱাহাটীঃ গ্ৰাহক ৰাইজৰ জনস্বাস্থ্যৰ দিশটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি মহানগৰীত কদৰ্য্য পৰিবেশত গ্ৰাহকক মাছ-মাংস বিক্ৰী কৰা ব্যৱসায়ী সকলৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা বিভাগে […]

প্ৰথিতযশা শিল্পী, চিত্ৰ নিৰ্মাতা পুলক গগৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীত তেখেতৰ জীৱন আৰু কৃতী আধাৰিত তথ্যচিত্ৰ প্ৰদৰ্শন আৰু সাংস্কৃতিক অনুষ্ঠান

আজি অসমৰ স্বনামধন্য শিল্পী তথা প্ৰসিদ্ধ চিত্ৰ নিৰ্মাতা প্ৰয়াত পুলক গগৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে পুলক গগৈ কালছাৰেল ট্ৰাষ্টৰ উদ্যোগত আৰু জ্যোতি চিত্ৰবন(ফিল্ম ষ্টুডিঅ’) ছ’চাইটীৰ […]

ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজত অধ্যক্ষৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ প্ৰতিবাদী কাৰ্যসূচী

মালিগাঁওঃ মালিগাঁও বৰিপাৰাস্থিত ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষই সময়মতে ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত নকৰাকে ধৰি বিভিন্ন দাবী মানি নোলোৱাৰ প্ৰতিবাদত আজি কলেজ চৌহদত একাংশ […]