লক্ষীমপুৰত অনুষ্ঠিত হ’ব পুৰ্ব্বাঞ্চল তাই সাহিত্য সভাৰ ৩৯ সংখ্যক অধিবেশন

লক্ষীমপুৰত অনুষ্ঠিত হ’ব পুৰ্ব্বাঞ্চল তাই সাহিত্য সভাৰ ৩৯ সংখ্যক অধিবেশন ।লক্ষীমপুৰৰ চাওলুঙ ছ্যুকাফা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হব পুব্বাঞ্চল সাহিত্য সভাৰ ৩৯ সংখ্যক অধিবেশন । ইয়াকে লৈ লক্ষীমপুৰৰ আজাদ বৰচৰিয়াত ব্যাপক প্ৰস্ততি দেখা গৈছে ।

আজাদ বৰচৰিয়াৰ ৰাইজৰ মাজত ।
ইয়াৰ উপলক্ষে অহা ২৬ ডিচেম্বৰত লাই খুটা স্থাপন কৰাৰ অনুষ্ঠানৰ আয়োজন কৰিছে । অনুষ্ঠানটিৰ লগত সংহতি ৰাখি পুৱা পতকা উত্তোলন,স্মৃতি তৰ্পণ, আৰু এখন মুকলি সভাৰ আয়োজন কৰিছে । লগতে বাৰে-বৰনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰো আয়োজন কৰিছে । অহা নতুন বৰ্ষৰ ১১/১২/১৩ ফেব্ৰুৱাৰীত হ’ব লগীয়া উক্ত অনুষ্ঠানত সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তা সকলে ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*