বিহালীত অসম চাহ জনজাতি ছাত্ৰ সন্থা “চল যাব স্কুল” কাৰ্যসূচী : Video

বিহালীত অসম চাহ জনজাতি ছাত্ৰ
সন্থা “চল যাব স্কুল” কাৰ্যসূচী :

বিহালীত অব্যাহত আছে আটছা সজাগতা সমলদৰ কাৰ্যসূচী ।

বিহালী সমষ্টিৰ বিভিন্ন চাহ বাগিচাই বাগিচাই যোৱা কেইবাদিন ধৰি বিহালী সমষ্টিৰ অন্তৰ্গত
অসম চাহ জনজাতি ছাত্ৰ
সন্থা বিহালী শাখা সমিতি অধিনৰ প্ৰাৰ্থমিক গোট সমূহে “চল যাব স্কুল” কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।


আনহাতে বুধবাৰে ও
বিহালী শাখা আটছা,
মোনাবাৰী প্ৰাৰ্থমিক গোটৰ উদ্যোগত ” চল যাব স্কুল” কাৰ্যসূচী ৰূপায়ণ কৰে মোনাবাৰীত।

এই কাৰ্যসূচীত সহযোগিতা কৰে আটছাৰ কেন্দ্ৰীয় সমিতি কাৰ্যকৰী সদস্য লৱ ভূঞা, মোনাবাৰী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষক পবিত্ৰ বৰা, আটছাৰ বিহালী শাখা সম্পাদক বিমল লোহাৰ, উপ: সভাপতি
ৰবিন তছা,মোনাবাৰী উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষক যোগেশ্বৰ টংলা , সুৰেশ ওজাকে ধৰি সংগঠনটোৰ বহু কেইজন সদস্য।

Be the first to comment

Leave a Reply

Your email address will not be published.


*