অৰূপ কুমাৰ দাসক বিশ্বনাথ জিলা অনুসূচীত জাতি উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ নিযুক্তি: বিভিন্ন জনৰ শুভেচ্ছা :

অৰূপ কুমাৰ দাসক বিশ্বনাথ জিলা অনুসূচীত জাতি উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ নিযুক্তি: বিভিন্ন জনৰ শুভেচ্ছা :

বিশ্বনাথ চাৰিআলি ২০ ডিচেম্বৰ ::

অসম চৰকাৰে সোমবাৰে বিশ্বনাথ জিলা অনুসূচীত জাতি উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ হিচাবে জিলাখনৰ বিহালী সমষ্টিৰ বিজেপি নেতা তথা ৰাংছালী গাৱঁৰ অৰূপ কুমাৰ দাসক নিযুক্তি দিছে
বিশ্বনাথ জিলা অনুসূচীত জাতি উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ হিচাপে।


ইফালে অৰূপ কুমাৰ দাসক বৰ্ডাৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া পদক্ষেপক আদৰণি জনাইছে সদৌ ৰাংছালী আৰ্থ সামাজিক উন্নয়ন সমিতিয়ে ।

ইফালে অৰূপ কুমাৰ দাসক শুভেচ্ছা জ্ঞাপন কৰিছে সদৌ ৰাংছালী আৰ্থিক সামাজিক উন্নয়ন সমিতি সভাপতি চিৰাজ হাজৰিকা,সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতি সহকাৰী সম্পাদক তথা
সাংবাদিক শ্ৰীমন্ত দাস,
জ্যেষ্ঠ সাংবাদিক ভুৱন লুইটেল, সাংবাদিক খগেন মটক, বটিয়ামাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী ফুলমণি দাস,নিজ বিহালী জিলা পৰিষদৰ সদস্যা দিপিকা দেৱী ঢাকাল, বিশ্বনাথ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ উপ সভিত ক্ষীৰোদ দাস, ৰাংছালী ৰামধেনু মাইনা পাৰিজাতৰ সম্পাদক অৱনি হাজৰিকা, শিক্ষক সঞ্জীৱ কুমাৰ দাস, দুৰ্লভ হাজৰিকা, তুলতুল দাস, ৰঞ্জন বনীয়াকে ধৰি বিভিন্ন জনে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*