শেহতীয়া আপডেটঃ

বায়ুসেনাৰ MI 17 হেলিকপ্টাৰ দুর্ঘটনাগ্ৰস্ত অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত

তেজপুৰ,১৮নৱেম্বৰ: বৃহস্পতিবাৰে ভাৰতীয় বায়ু সেনাৰ এমআই-১৭ হেলিকপ্টাৰ ( Mi 17 helicopter ) এখন দুৰ্ঘটনাগ্ৰস্ত হয় ৷ পূৱ অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ ৰোচহাম নামৰ হেলিপেডত দুৰ্ঘটনাগ্ৰস্ত হোৱা হেলিকপ্টাৰখনৰ সৈতে দুজন পাইলট আৰু তিনিজন ক্ৰু সদস্য আছিল বুলি জানিব পৰা গৈছে ।

ঘটনা সংঘটিত হোৱাৰ পিছত সকলো ক্ৰু সদস্য আৰু পাইলট সুৰক্ষিত অৱস্থাত আছে । সকলোকে হায়ুলুং লৈ স্থানান্তৰ কৰা হৈছে ।
জানিব পৰা মতে, এই ঘটনাটো সংঘটিত হোৱাৰ সময়ত হেলিকপ্টাৰ খনে অঞ্চলটোত এটা বায়ু ৰক্ষণাবেক্ষণ অভিযান চলাই আছিল । আৰু লগত সেনাৰ ৰছড পাতিও কঢ়িয়াই নিছিল ।
জানিব পৰা মতে , ঘটনাটোৰ প্ৰকৃত কাৰণ এই বাতৰি প্ৰেৰণ কৰা সময়লৈকে জানিব পৰা হোৱা নাই । উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত বায়ুসেনাৰ বিমান বহু বাৰ দুর্ঘটনগ্ৰস্ত হৈছে , কিন্তু Mi17 হেলিকপ্টাৰ দুর্ঘটনগ্ৰস্ত এইয়া প্ৰথম বাৰ ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.