■ গ্ৰেপ্তাৰ কৰা লোক দুজন হৈছে- চান মহম্মদ আৰু আছমত আলী
● দেওবাৰে নিশা চি আই ডিৰ দলে গ্ৰেপ্তাৰ কৰে আছমত আলী আৰু ছান মামুদক।
● আছমত আলী বাজানপথাৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি থকাৰ বিপৰীতে ছান মামুদ সাণোৱা পঞ্চায়তৰ সভাপতি।
● উল্লেখ্য যে, উচতনি দিয়া সন্দৰ্ভত ৬ অভিযুক্তক চিনাক্ত কৰিছিল আৰক্ষীয়ে।
Leave a Reply