বিশ্বনাথ মহকুমা অৱকাৰী অভিযান অবৈধ চুলাই ব্যৱসায়ী বিৰুদ্ধে :শ শ লিটাৰ চুলাই নষ্ট : বহু কেইটা চুলাই ভাঁটি উৎখাত ::
বিশ্বনাথ জিলা অভিভাৱক মন্ত্ৰী পিযুষ হাজৰিকা হুংকাৰ পাছতে তৎপৰ হৈছে বিশ্বনাথ জিলা প্ৰশাসন তথা আৱকাৰী বিভাগ ।বিশ্বনাথ জিলা প্ৰশাসনৰ নিৰ্দেশত বিশ্বনাথ মহকুমা আৱকাৰী বিভাগে অব্যাহত ৰাখিছে অবৈধ অৰুণাচলী সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে অভিযান। মঙলবাৰে বিশ্বনাথ মহকুমা আৱকাৰী উপ অধীক্ষক দ্বিপেন বৰা, মহকুমা পৰিদৰ্শক শৰৎ তিমুং নেতৃত্বত যোৱা এটা আৱকাৰী দলে বিশ্বনাথৰ গলিয়াকে ধৰি বিভিন্ন অঞ্চলত অভিযান চলাই কেইবা ব শ লিটাৰ চুলাই মদ আৰু পাচ নষ্ট কৰা লগতে বহু কেইটা চুলাই ভাঁটি উৎখাত কৰে আৱকাৰী দলটোৱে ।
আনহাতে চুলাই মদৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব বুলি প্ৰকাশ কৰে আৱকাৰী বিষয়া শৰৎ তিমুংয়ে।
Leave a Reply