♦প্ৰতিবাদেৰে উত্তাল শিৱসাগৰ নাজিৰা।
নাজিৰাৰ অ’এনজিচিৰ অসম সম্পদৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ।
অ’এনজিচিৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ উঠিছে সদৌ অসম ছাত্ৰ সন্থা।
আজি নাজিৰা স্থিত অ’এনজিচিৰ অসম সম্পদৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত উত্তাল পৰিৱেশ গঢ়ি তোলে সদৌ শিৱসাগৰ জিলাৰ ছাত্ৰ সন্থাই।
বিভিন্ন দাবীৰে অ’এনজিচিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে।
নাজিৰা চাৰি আলিৰ পৰা নাজিৰা স্থিত অসম সম্পদৰ মুখ্য কাৰ্য্যায়ৰ সন্মুখলৈকে উলিওৱা এই প্ৰতিবাদী কাৰ্য্যসূচীত সদৌ শিৱসাগৰ জিলাৰ ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াই অংশগ্ৰহণ কৰাৰ লগতে অ’এনজিচিক সকীয়নি প্ৰদান কৰে আছুৱে।
Leave a Reply Cancel reply