↵অসমৰ নৱতম মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰা মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। অসম আৰু বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোকে সমান গুৰুত্ব প্ৰদানেৰে ৰাজ ধৰ্ম পালন কৰি “উন্নয়ন আৰু বিকাশৰ অসম” গঢ়ি তোলাৰ ক্ষেত্ৰত আগন্তুক দিনত তেখেতে নিজৰ বিচক্ষন কৰ্মৰাজীৰ পৰিচয় দাঙি ধৰিব বুলি আমি আশাবাদী। তেখেতৰ সৈতে আমাৰ দলীয় মতৰ অমিল থাকিলেও তেখেতৰ প্ৰতিটো উন্নয়নমূলক কামৰ বাবে আমাৰ সহযোগ থাকিব, লগতে নতুন চৰকাৰৰ প্ৰতিটো কামকাজৰ প্ৰতি আমাৰ তীক্ষ্ণ দৃষ্টি থাকিব।
Leave a Reply