যোৱা ২ জানুৱাৰীৰ পুৱা গুৱাহাটীৰ খাৰঘুলি অঞ্চলত সংঘটিত পানী যোগান পাইপ বিস্ফোৰণত সৰ্বাধিক ক্ষতিগ্ৰস্ত চাৰিটা পৰিয়ালক দিনটোৰ ভিতৰতে অসম চৰকাৰে ক্ষতিপূৰণ প্ৰদান কৰাৰ পাছত পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি আজি গুৰুতৰ অথবা আংশিকভাৱে ক্ষতিগ্ৰস্ত ২৩টা পৰিয়ালক মুঠ ১১,৯৬,৫০০ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হয়।
Leave a Reply