31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    কৃষ্ণাইত দুধনৈৰ নৱ নিৰ্বাচিত বিধায়ক যাদৱ স্বৰ্গীয়াৰীঃ ব্লক কংগ্ৰেছ কাৰ্যালয়ত সম্বৰ্ধনা

    ◊কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ দুদিন পিছতে আজি কৃষ্ণাইত আহি পদাৰ্পণ কৰে ৩৬ নং দুধনৈ (জনজাতি) বিধান সভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক যাদৱ স্বৰ্গীয়াৰী৷ আজি আবেলি প্ৰায় ৫ বজাত কৃষ্ণাইত আহি উপস্থিত হয় নৱ নিৰ্বাচিত বিধায়ক যাদৱ স্বৰ্গীয়াৰী৷ কৃষ্ণাইত আহি উপস্থিত হোৱাৰ পিছতে কংগ্ৰেছ দলৰ স্থানীয় নেতা কৰ্মী সকলে কোভিড প্ৰট’কল অনুসৰি কৃষ্ণাই ব্লক কংগ্ৰেছ কমিটীৰ কাৰ্য়ালয়ত তেওঁক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনায়৷ উল্লেখ্য যে এইবাৰ বিধান সভা নিৰ্বাচনত যাদৱ স্বৰ্গীয়াৰীয়ে মুঠ ৯৩২ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে বিজেপিৰ প্ৰাৰ্থী শ্যামজিৎ ৰাভাক৷ প্ৰণিধানযোগ্য যে, কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী যাদৱ স্বৰ্গীয়াৰীয়ে ৭,৭৩৮৪ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী শ্যামজিৎ ৰাভাই লাভ কৰে ৭৬৪৫২ টা ভোট লাভ কৰে৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds