মৃত্যুদণ্ডৰ সলনি সশ্ৰম কাৰাদণ্ড
আলফা(স্বাঃ)ত ::
মানস বৰগোহাঁইৰ বিচাৰৰ ৰায়দান ঘোষণা আলফা(স্ৱাঃ)ৰ, মৃত্যুদণ্ডৰ সলনি সশ্ৰম কাৰাদণ্ড
আলফা(স্বাঃ)ত
‘গুপ্তচৰ’গিৰি কৰাৰ অভিযোগত ম্যানমাৰৰ চলমান কেম্পত বন্দী হৈ আছে মানস বৰগোহাঁই।
সংবাদ মাধ্যমলৈ আলফা(স্বা)ৰ বিবৃতি। আলফা(স্বা)ৰ ম্যানমাৰৰ চলমান কেম্পত বন্দী মানস বৰগোহাঁইৰ শাস্তি সন্দৰ্ভত বিবৃতি প্ৰদান আলফা(স্বা)ৰ। মানস বৰগোহাঁইক ক্ষমাদান আলফা(স্বা)ৰ।
মানস বৰগোহাঁইৰ মৃত্যুদণ্ডৰ দৰে চৰম শাস্তিৰ ৰায়দান ৰদ আলফা(স্বা)ৰ।
আত্মসংশোধনৰ সুবিধাৰ বাবে আলফা(স্বা)ৰ সেনাধ্যক্ষ লৈ লিখিত আৱেদন।
ঘৃণনীয়, জাতিদ্ৰোহী কাৰ্য পুনৰাই নকৰাৰ নিশ্চিয়তা প্ৰদান মানস বৰগোঁইৰ।
৫ বছৰলৈ সংগঠনৰ সদস্য পদৰ অযোগ্য ঘোষণা। মানসক বৰগোহাঁইক ১ বছৰ শাৰিৰীক শ্ৰমদানৰ শাস্তি প্ৰদান। ৪ বছৰ আলফা(স্বা)ৰ নিৰীক্ষণত থাকিব মানস বৰগোহাঁই। এয়া হ’ব মানস বৰগোহাঁইৰ অন্তিম সুযোগ।
Leave a Reply