আজি বিহালী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এক বিশেষ বৈঠকত জড়িয়তে বিহালী আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি শিক্ষা সম্পাদক তিয্যক জ্যোতি গোস্বামীক
সংগঠনৰ নীতি আদৰ্শ বিৰোধী কাৰ্য কালাপত জড়িত থকা অভিযোগত সংগঠনটো শিক্ষা সম্পাদনকৰ লগতে প্ৰাথমিক সদস্য পৰা বহিস্কাৰ কৰা হৈছে বুলি এক প্ৰেছ বিবৃতি জড়িয়তে জানিবলৈ দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতি মুখ্য সাংগঠনিক সম্পাদক অনিল বনীয়াই।
Leave a Reply