আগন্তুক তিনি দিনৰ বাবে বন্ধ হ’ল শক্তিপীঠ মা কামাখ্যাৰ মুখ্য দুৱাৰ ::
গুৱাহাটীৰ ২৩ জুন::
উখল-মাখল নীলাচল পাহাৰ ৷ অম্বুবাচী উপলক্ষে নীলাচল পাহাৰত সমাগম ঘটিছে দেশ-বিদেশৰ অগনন ভক্তৰ ৷
ৰীতি অনুসৰি বুধবাৰে নিশা ৮ বাজি ১৮ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হয় । অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে মা কামাখ্যা মন্দিৰৰ মুখ্য দুৱাৰ বন্ধ কৰি দিয়া হয়৷
২৩, ২৪, ২৫ জুনত ভক্তৰ বাবে বন্ধ থাকিব মন্দিৰৰ দুৱাৰ ।
২৬ জুনত পুৱা নিত্য পূজাৰ পাচতহে ভক্তৰ বাবে খুলি দিয়া হ’ব মন্দিৰৰ মুখ্য দুৱাৰ ।
Leave a Reply