হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সিদ্ধান্ত। মন্ত্ৰীসভাত 2 খন নতুন মুখ 

অৱশেষত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে।এটা বছৰ পিছতে এই মন্ত্ৰী সভা সম্প্ৰসাৰণ তাৰিখৰ আৰু নতুন মন্ত্ৰী নাম ঘোষণা কৰিলে মুখ্যমন্ত্ৰী চৰকাৰে। এই মন্ত্ৰী সভাত বিজেপি দলৰ দুই বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচা মন্ত্ৰীত্ব প্ৰদানৰ বাবে সিদ্ধান্তক গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে। ৯ জুনত এই দুই নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব শংকৰদেৱৰ কলা ক্ষেত্ৰত।

Be the first to comment

Leave a Reply

Your email address will not be published.


*