বিশ্বনাথত সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ডেৰশ বছৰীয়া জয়ম্তী পালন
বিশ্বনাথত সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ডেৰশ বছৰীয়া জয়ম্তী পালন ‘জাতীয় জীৱনৰ সেৱাত উৎসৰ্গিত হওঁ আহক’ — ডঃ উপেন্দ্ৰজিৎ শৰ্মা গহপুৰ : বিশ্বনাথ জিলা সাহিত্য সভাৰ […]
বিশ্বনাথত সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ডেৰশ বছৰীয়া জয়ম্তী পালন ‘জাতীয় জীৱনৰ সেৱাত উৎসৰ্গিত হওঁ আহক’ — ডঃ উপেন্দ্ৰজিৎ শৰ্মা গহপুৰ : বিশ্বনাথ জিলা সাহিত্য সভাৰ […]
বিহালী স্নাতক মহাবিদ্যালয়ত ২০২১ – ২২ বৰ্ষৰছাত্র একতা সভা নিৰ্বাচন :সাধাৰণ সম্পাদক পদত জয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী :: বিশ্বনাথ চাৰিআলি ২৪ ডিচেম্বৰ […]
বিশ্বনাথৰ ফুলবাৰী-সোনাজুলিত উগ্ৰপন্থীৰ নৰহত্যাস্থলীত সপ্তম বাৰ্ষিক স্মৃতি দিৱস উদযাপন বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২৪ ডিচেম্বৰ ঃ বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ ফুলবাৰী-সোনাজুলিত এন,ডি. […]
বিহালী স্নাতক মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভা সম্পন্ন বিহালী, ২৩ ডিচেম্বৰ :- আজি বিহালী বিধানসভা সমষ্টিৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বিহালী স্নাতক […]
বিশিষ্ট লেখক অৰুণ কুমাৰ গোস্বামীৰ ‘ প্ৰসঙ্গঃ সাহিত্য সংস্কৃতি ‘ গ্ৰন্থ উন্মোচন সত্ৰীয়া সংস্কৃতিৰ সাধক বিশিষ্ট লেখক, শ্ৰীশ্ৰী শিয়ালমৰাৰ সত্ৰৰ সত্ৰাধিকাৰ আধ্যাপক অৰুণ কুমাৰ গোস্বামীৰ […]
চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অভিভাৱক সভা অনুষ্ঠিত অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২৩ ডিচেম্বৰ ঃ চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অভিভাৱক সভা […]
মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত কৃষকৰ মাজত ছাগলী বিতৰণ ২৩ ডিচেম্বৰ : মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ ঝাৰগাঁৱৰ কাৰ্যালয়ত কৃষকৰ মাজত প্ৰশিক্ষণ আৰু থলুৱা […]
মায়ঙৰ পবিতৰা আৰু চনকা অঞ্চল এতিয়া ৰূপান্তৰিত হৈছে বনভোজ স্থলীপ্ৰতিবেদক,মায়ং,২৩ডিচেম্বৰ:ডিচেম্বৰ আৰু জানুৱাৰী মাহত মৰিগাঁও জিলাৰ মায়ঙত অৱস্থিত পবিতৰা অভয়াৰণ্য আৰু চনকা অঞ্চল এতিয়া ৰূপান্তৰিত হৈছে […]
বিহালীত অব্যাহত আছে বনৰীয়া হাতী উপদ্ৰ্ৱইফালে বুধবাৰে পুৱতি নিশা কাজিৰঙা ষষ্ট সৎযোজনৰ পৰা ওলাই অহা ১ টা বনৰীয়া হাতীয়ে বিহালী বিভিন্ন অঞ্চলত ক্ষয় ক্ষতি কৰা […]
শ্বিলঙত বৰফৰ বৰষুণ বুধবাৰে মেঘালয় ৰাজধানী শ্বিলঙত হঠাৎ বৰফৰ বৰষুণে বগা কৰি তুলে শ্বিলং । বৰদিনৰ প্ৰাকক্ষণত ভৰি পৰিছে পৰ্যটকে।ইফালে বুধবাৰে শ্বিলংত বৰফৰ বৰষুণৰ ফলত […]
Copyright © 2024 | WordPress Theme by MH Themes
লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ
📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎলোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি অহা ৩০ ডিচেম্বৰ, ২০২৪ৰ ভিতৰত asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
‘অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস
This will close in 20 seconds