চৰাইদেউ জিলাত এটা জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে অঞ্চলবাসীকঃ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ

♦ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ নিজখালৈ ঘোগুৰা-ডবা চাৰিআলি সংযোগী ২.৫ কিলোমিটাৰ দৈঘৰ এটা পথ। এই পথটো অতি জৰাজীৰ্ণ অৱস্থা৷ বিগত পাঁচ বছৰে কোনো ধৰণৰ মেৰামতিৰ […]

কৃষ্ণাই দৈনিক বজাৰৰ পয়ালগা অৱস্থাঃ প্ৰৱেশ পথত আৱদ্ধ বোকাপানী

♦ গোৱালপাৰা জিলাৰ কৃষ্ণাই দৈনিক বজাৰ খনৰ অৱস্থা সম্প্ৰতি তথৈবচ হৈ পৰিছে৷ বজাৰ খনৰ ৰূপ দেখিলে এনে লাগে সেয়া যেন বজাৰ নহয়, আৱৰ্জনা স্থলীহে৷ বিশেষকৈ […]

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত নলবাৰী জিলাৰ টিহুৰ ছাত্ৰী সাগৰিকা গোস্বামী

♦ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্তিৰে সুনাম কঢ়িয়াই আনিলে টিহুৰ সাগৰীকা গোস্বামীয়ে। নলবাৰী টিহু নিবাসী টিহু হাইস্কুলৰ অবসৰপ্ৰাপ্ত শিক্ষক হেমন্ত কুমাৰ গোস্বামী আৰু অনামিকা গোস্বামীৰ […]

শিৱসাগৰ নামতি চাৰি আলিত ব্যৱসায়ী সকলৰ ক’ভিড টেষ্ট সম্পন্ন, চেলুন ব্যৱসায়ী ক’ভিড পজিটিভ

শিৱসাগৰ নামতি চাৰি আলিত ব্যৱসায়ী সকলৰ ক’ভিড টেষ্ট সম্পন্ন। টেষ্টৰ ফলাফলত চেলুন ব্যৱসায়ী কভিড পজিটিভ। আতংকিত স্থানীয় ৰাইজ। ৰাজ্যত অব্যাহত আছে কভিডৰ সংক্ৰমণ। ক’ভিড সংক্ৰমণৰ […]

নাম্বাৰপাৰা, গোলাপাৰাত গৰাখহনীয়াৰ তাণ্ডৱঃ শংকিত নৈপৰীয়া ৰাইজঃ নতুন বিধায়ক, নতুন চৰকাৰলৈ ৰাইজৰ অনুৰোধ

♦ বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত নাম্বাৰপাৰা, গোলাপাৰা, বাংলাপাৰাকে আদি বৃহত্তৰ অঞ্চলত গৰাখহনীয়াৰ তাণ্ডৱত নিদ্ৰা […]

বাহনিৰ মাজত এটা ভঙাচিঙা চালি ঘৰ আৰু এজন যুৱকঃ হাজো সমষ্টিৰ পুৱ বাৰংহাটী গাওঁৰ যুৱক বিপুল কলিতাৰ দুৰৱস্থা

কামৰূপ জিলাৰ হাজো সমষ্টিৰ কঞা ৰাজহচক্ৰৰ বাৰাংহাটী গাওঁ পঞ্চায়তৰ অন্তৰ্গত পুৱ বাৰাংহাটী গাওঁৰ চকুৰবড়ি চুবুৰিৰ নিবাসী স্বৰ্গীয় আদিত কলিতাৰ কনিষ্ট পুত্ৰ বিপুল কলিতাই বহুবছৰৰ পৰাই […]

বিশ্বনাথ জিলা কাৰাগাৰত ৭২তম বন মহোৎসৱ পালনঃ গছ থাকিলেহে মানুহ থাকিব-জিলা কাৰাগাৰ অধীক্ষক দেবানন্দ নাথ

◊ ১ জুলাইৰে পৰা সমগ্ৰ ৰাজ্যত আৰম্ভ হোৱা ৭২ তম বন মহোৎসৱ আজি সামৰণি পৰে।  এই অনুষ্ঠানৰ অংশ হিচাপে ১ জুলাইৰ পৰা ৭ জুলাই তথা […]

ক’ভিড যোদ্ধা সাংবাদিক সকলক নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সম্বৰ্দ্ধনা

♦ ক’ভিড যুদ্ধত সন্মুখৰ শাৰীত থাকি সেৱা আগবঢ়াই অহা চিকিৎসা সেৱাৰ লগতে জেষ্ঠ তথা কনিষ্ঠ সাংবাদিক সকলক আজি সম্বৰ্দ্ধনা জ্ঞাপন কৰে সদৌ নলবাৰী জিলা ছাত্ৰ […]

নলবাৰীত আজি লিংগ ৰুপান্তৰকাৰী মহিলাক সাহায্য প্ৰদান

♦এনাজৰী নামৰ স্বেচ্ছাসেৱী অুষ্ঠানৰ হৈ এই সাহায্য প্ৰদান কৰে অধ্যাপক ড০ মুকুল কুমাৰ মহন্তই৷ জিলা খনৰ প্ৰায় ৪০ গৰাকী লিংগ ৰুপান্তৰকাৰী মহিলাক এনাজৰীৰ ফালৰ পৰা […]

বৰকলিয়াঝাৰ প্ৰাথমিক বিদ্যালয়ৰ সমস্যা সমাধানৰ দাবী আছুৰ

♦ নিজা বাতৰিঃ ১৮৪০ চনতে স্থাপন হৈছিল বৰকলিয়াঝাৰ প্ৰাথমিক বিদ্যালয়ৰ। শতবৰ্ষ গৰকা বিদ্যালয় খনত টিনপাত সমূহ ২০১৭ চনতে বতাহে উৰুৱাই নিছিল কিন্তু আজি পৰ্যন্ত প্ৰায় […]