♦এনাজৰী নামৰ স্বেচ্ছাসেৱী অুষ্ঠানৰ হৈ এই সাহায্য প্ৰদান কৰে অধ্যাপক ড০ মুকুল কুমাৰ মহন্তই৷
জিলা খনৰ প্ৰায় ৪০ গৰাকী লিংগ ৰুপান্তৰকাৰী মহিলাক এনাজৰীৰ ফালৰ পৰা খাদ্য সামগ্ৰী প্ৰদান কৰে৷
ইপিনে লকডাউনৰ সময়ত এই সাহায্য পায় যথেষ্ট সকাহ পোৱাৰ কথা ব্যক্ত কৰে লিংগ ৰুপান্তৰকাৰী মহিলা সকলে৷
Leave a Reply