নলবাৰীত ‘মধ্যপ্ৰাচ্যৰ প্ৰেমৰ কবিতা’ উন্মোচন

♦নলবাৰী : নলবাৰীৰ নালন্দা একাডেমীত ২৭ জানুৱাৰীত কবি মানসজ্যোতি শৰ্মাৰদ্বাৰা অনূদিত আৰু সংকলিত ‘মধ্যপ্ৰাচ্যৰ প্ৰেমৰ কবিতা’ নামৰ এখনি কাব্যগ্ৰন্থৰ শুভ উন্মোচন কৰা হয় । গ্ৰন্থখন […]

গণৰাজ্য দিৱসত নগাওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিশাল ১০০ মিটাৰ ত্ৰিৰংগা যাত্ৰা

নগাঁৱৰ পৰা মৃন্ময় শইকীয়াঃ আজি ৭২ তম গণৰাজ্য দিৱস৷ ৰাজ্যৰ লগতে ভাৰতবৰ্ষৰ সকলো ঠাইতে উদ্‌যাপন কৰা হৈছে গণৰাজ্য দিৱস৷ নগাঁও অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ড্ৰাগছৰ […]

শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা। দিন দুপৰতেই মহিলাক যৌন নিৰ্যাতনৰ অপচেষ্টে

শিৱসাগৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱাঃ শিৱসাগৰ জিলাৰ চেৰেকাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত বা-কচু পাইপ লাইনৰ সমীপৰ কটকী কোঁচত যোৱাকালি এক জঘন্য ঘটনা সংঘটিত হয়। দিন-দুপৰতেই […]

কৃষ্ণাইত নৰপতি জাতীয় বিদ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠান সম্পন্ন

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ ৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনাখনে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বুকুত প্ৰতিষ্ঠা লাভ কৰিলে এখন নৱ শিক্ষানুষ্ঠানে৷ উদীয়মান যুৱক মফিজুল ইছলাম […]

পুনৰবাৰ বঞ্চিত হʼল ৰঙিয়াবাসী, তীব্ৰ প্ৰতিক্ৰিয়া

ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদঃ স্বাধীনতাৰ ৭২ বছৰৰ পিছতো যেন কোনোএখন চৰকাৰেই ৰঙিয়া মহকুমাৰ প্ৰায় ৫ লক্ষাধীক জনতাৰ আহ্বানক গুৰুত্ব দিয়াৰ প্ৰয়োজনিয়তা অনুভৱ নকৰিলে। ইয়াকেলৈ […]

ৰঙিয়াত উৰিল ৭৫ ফুট দীঘল ৪৫ ফুট বহল পতাকা

ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদঃ ৰঙিয়া ক্ৰেন ছাৰ্ভিচৰ উদ্যোগত ৰঙিয়া উৰিল বিশাল আকাৰৰ পতাকা৷ গণৰাজ্য দিৱসত দেশমাতৃৰ প্ৰতি শ্ৰদ্ধা জনাই ৰঙিয়াৰ ছ’চাইটীৰ ৩১ নং ৰাষ্ট্ৰীয় […]

শিৱসাগৰ নাজিৰা মহকুমাধিপতি কাৰ্য্যালয়ত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱাঃ আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে নাজিৰা মহকুমাধিপতি কাৰ্য্যালয়ত ‘ৰংগোলী প্ৰতিযোগিতা’,আৰু নাজিৰা মহাবিদ্যালয়ত ‘ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে সজাগতামূলক অনুষ্ঠান’ আৰু […]

শিৱসাগৰ নাজিৰাত চিআৰপিএফৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

শিৱসাগৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱাঃ দেশৰ ৭২ তম গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে নাজিৰাৰ শিমলুগুৰিস্থিত চিআৰপিএফৰ চাউনীত এক বিনামুলীয়া চিকিৎসা শিৱিৰৰ আয়োজন কৰে […]