গুৱাহাটীৰ পাণ্ডু টেম্পলঘাটস্থিত ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্বন আৰু কৰুণা ট্ৰাষ্টৰ যৌথ উদ্যোগত আজি মহাবিদ্যালয় চৌহদত এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। শিবিৰত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা মহাবিদ্যালয়খনৰউপস্থিত হৈ চকু পৰীক্ষা কৰে। ব্যক্তিভেদে বিভিন্ন চকুজনিত সমস্যা থকা লোকসকলক উপস্থিত চিকিৎসকে বিনামূলীয়াকৈ নিদান পত্ৰ, দৰব-পাতি আৰু চশমা প্ৰদান কৰে। শিবিৰৰ জৰিয়তে চকুৰ সমস্যা থকাসকলে চিকিৎসা গ্ৰহণ কৰাৰ লগতে চকুজুৰি কিদৰে ভালে ৰাখিব পাৰি সেই বিষয়ে সজাগতা সভাও অনুষ্ঠিত কৰা হয়।
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
- JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
- FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
- ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
- Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
- Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
- Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
- ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
- FREE BIRD | ZUBEEN GARG |
- Herowa Chanda- Trailer




