Thursday, May 29, 2025
26.5 C
Guwahati
TOP NEWS:

ৰঙিয়া মহকুমাত কোভিড ভেকচিনৰ নাটনি ছাত্ৰ মুক্তি আৰু ৰাইজৰ দলৰ যৌথ সংবাদ মেল

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

■ বিধান সভাত অখিল গগৈৰ বিৰুদ্ধে বিশেষ অধিকাৰ ভংগৰ অভিযোগ ৰাইজৰ দলৰ

■চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন,
ৰঙিয়া: ৰঙিয়া মহকুমাৰ অন্তৰ্গত অঞ্চলত কোভিড ভেকচিন প্ৰদান কাৰ্য্য লেহেমীয়া হোৱাৰ অভিযোগ তুলি ৰঙিয়া জিলা ছাত্ৰ মুক্তিয়ে ৰঙিয়া মহকুমাধিপতিক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল যদিও আজিও ৰঙিয়া মহকুমাৰ এটা কেন্দ্ৰটো ভেকচিনৰ ব্যৱস্থা নহল।ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত কোভিড ভেকচিনৰ নাটনি কথা অস্বীকাৰ কৰাৰ পিছতো ৰঙিয়া মহকুমাত যোৱা দুদিন ধৰি কোভিড ভেকচিনৰ নাটনিয়ে মুখ্যমন্ত্ৰী গৰাকীৰ চৰম মিথ্যাচাৰৰ কথা উদঙাই দিছে।আজি এক সংবাদ মেল যোগে ছাত্ৰ মুক্তি আৰু ৰাইজৰ দলৰ নেতৃবৰ্গই অতিশীঘ্ৰে ৰঙিয়া মহকুমাত ভেকচিনৰ প্ৰদানৰ মাত্ৰা বৃদ্ধিৰ বাবে দাবী উত্থাপন কৰে।এইক্ষেত্ৰত ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতাক কথাটো গুৰুত্ব প্ৰদান কৰি সমস্যা সমাধানৰ বাবে দাবী জনায়।ছাত্ৰ মুক্তিৰ সহকাৰী সম্পাদক প্ৰাঞ্জল কলিতা আৰু কার্যবাহী সদস্য চিৰাজ আলীয়ে সংবাদ মাধ্যমৰ জৰিয়তে বিগত চৰকাৰৰ দিনত ৰঙিয়াত আৰম্ভ কৰা দলং,ৰাস্তা আদি আঁচনিৰ কাম অতিশীঘ্ৰে সম্পূৰ্ণ কৰিবলৈও দাবী উত্থাপন কৰে। আনহাতে সংবাদ মেলত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ উপভাপতি হৰেশ্বৰ বৰ্মন আৰু কামৰূপ জিলা ৰাইজৰ দলৰ সাধাৰণ সম্পাদক জিয়াউৰ ৰহমানে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অখিল গগৈক মানসিক ৰোগী বুলি কোৱা কথাৰ তীব্ৰ বিৰোধিতা কৰে।ভুল তথ্যৰে ৰাইজে নিৰ্বাচিত কৰা এগৰাকী বিধায়কক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰাৰ লগতে এগৰাকী বিধায়কৰ বিশেষ অধিকাৰ ভংগৰ কৰাৰো অভিযোগ উত্থাপন কৰে।এগৰাকী দায়িত্বশীল মুখ্যমন্ত্ৰীয়ে তৰল ব্যক্তব্যৰে সংসদৰ মৰ্যদা হ্ৰাস কৰাতকৈ বৰ্তমান ৰাজ্যত সৃষ্টি হোৱা ভেকচিনৰ নাটনি দূৰ কৰাৰ বাবেহে পদক্ষেপ লবলৈ আহ্বান কৰে।সংবাদ মেলাৰ জৰিয়তে যোৱা নিশা ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰ আৰু ৰাইজৰ দলৰ সম্পাদনক পদ্মকান্ত দাসৰ আটক কৰা কাৰ্য্যৰো তীব্ৰ বিৰোধিতা কৰে।

- Advertisement -

Hot this week

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে আকৰ্ষণৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.4 ° C
24.4 °
24.4 °
95 %
2.5kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds