31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা : তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত গুৰুত্ব ভাৱে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ

     

    ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা : তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত গুৰুত্ব ভাৱে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ


    অসম প্ৰতিনিধি ৰঙিয়া ১৯ ছেপ্টেম্বৰ।

    ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত দেওবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
    দুৰ্ঘটনা ফলত আহত হয় এজন লোকৰ ।

    গুৱাহাটী অভিমুখী গৈ থকা এখন তীব্ৰ বেগী ট্ৰাকে মটচাইকেল এজন আৰোহীক খুন্দা মৰা ফলত গুৰুত্ব ভাৱে। আহত হয় লোক জন।
    জানিব পৰা মতে
    আহত হোৱা লোক জন
    ৰঙিয়াৰ ১ নং বৈদ্যুতিক উপ সংমণ্ডলৰ অস্থায়ী কৰ্মচাৰ।

    কৰ্মচাৰী গৰাকীয়ে নিজৰ AS 01 EO 4843 নম্বৰৰ বুলেট বাইকেৰে কৰ্মস্থলীলৈ গৈ থকা মূহুৰ্তত সংঘটিত হয় এই দুৰ্ঘটনাটো । দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খন পলায়ন কৰে।
    আহত লোক জনক স্থানীয় লোকে চিকিৎসালৈ প্ৰেৰণ কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds