31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    ৰঙিয়াত বোৱাৰী হত্যাৰ অভিযোগ :

    ৰঙিয়াত বোৱাৰী হত্যাৰ অভিযোগ :

    ৰঙিয়াত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি আজি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৰঙিয়া তিনিআলি ।

    কমলপুৰ সমষ্টিৰ বৰুৱাজানীৰ ধৰিত্ৰী কলিতা নামৰ বোৱাৰী গৰাকী বিয়া হৈছিল ৰঙিয়াৰ তিনিআলীৰ ৰিদীপ কলিতাৰ সৈতে যোৱা ডেৰ বছৰ পূৰ্বে ।

    ১ বছৰ ৬ মাহ পূৰ্বে বিয়া হোৱা দম্পতী হালৰ এটি চাৰি মহীয়া কণমাণি সন্তান থকা বুলি পৰিয়ালৰ লোক জানিবলৈ দিয়ে ।

    নিশা স্বামীৰ সৈতে সামান্য মনোমালিন্যৰ পাছতে নিশা চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় বোৱাৰী গৰাকী মৃতদেহ।

    এই মন্তব্য মৃত বোৱাৰী গৰাকীৰ পৰিয়ালৰ।


    মৃত মহিলা গৰাকীৰ পৰিয়ালৰ লোকে ইয়াক সহজ ভাৱে লব পৰা নাই।

    মহিলা গৰাকী পৰিয়ালৰ অভিযোগ এয়া পৰিকল্পিত ভাৱে তেওঁলোকে ছোৱালী জনীক স্বামী পৰিয়ালে হত্যা কৰিছে ।

    তাৰ বাবে ইতিমধ্যে মৃত মহিলা গৰাকীৰ পৰিয়াল ৰঙিয়া আৰক্ষী কাষ চাপিছে ।

    বিষয়টো ৰঙিয়া আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত ৰিদীপ কলিতা সহ পৰিয়ালৰ তিনি জন সদস্যক আৰক্ষীয়ে সোধ পোছ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
    লগতে আৰক্ষী বিষয়টো তদন্ত অব্যাহত ৰাখিছে প্ৰকৃততে ঘটনাটো হত্যা নে ? আত্মহত্যা তদন্ত পাছত হে পোহৰলৈ আহিব ।

    ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদৰ

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds