ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদঃ ৰঙিয়া ক্ৰেন ছাৰ্ভিচৰ উদ্যোগত ৰঙিয়া উৰিল বিশাল আকাৰৰ পতাকা৷ গণৰাজ্য দিৱসত দেশমাতৃৰ প্ৰতি শ্ৰদ্ধা জনাই ৰঙিয়াৰ ছ’চাইটীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত উৰিল ৭৫ ফুট দীঘল ৪৫ ফুট বহল ৰাষ্ট্ৰীয় পতাকা৷ ৰঙিয়াৰ নিকটৱৰ্তী কাউৰবাহা নিবাসী সফল ব্যৱসায়ী জামছেদ আলীৰ তত্ত্বাৱধানত উৰুওৱা পতাকাখনৰ নিৰ্মাণত ব্যয় হৈছে প্ৰায় ১ লাখ ১০ হাজাৰ টকা৷ পতাকাখন নিৰ্মাণ কৰোঁতে ৫৪৮ মিটাৰ কাপোৰৰ তথা প্ৰায় ৫ দিন সময়ৰ প্ৰয়োজন হোৱা বুলি জানিবলৈ দিয়ে। ক্ৰেন ছাৰ্ভিচৰ ব্যৱসায়ী জনৰ দেশপ্ৰেমৰ এই চানেকিয়ে স্থানীয় ৰাইজৰ লগতে পথচাৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
- JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
- FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]




