31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    ৰঙিয়াত আৰক্ষী বিভাগৰ পদৰ বাবে প্ৰস্তুতি শিবিৰ

    ■ ৰঙিয়াঃ আৰক্ষী বিভাগৰ পদৰ বাবে শাৰীৰিক-মানসিক প্ৰস্তুতিৰ বাবে আমাৰ চৰকাৰ খনে হাতত লৈছে এক বিশেষ উদ্যোগ, এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাৰ।

    এই উদ্দেশ্যে দেওবাৰে ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তৰণীস্থিত ‘আৰিমত্ত মিনি ষ্টেডিয়াম’ খেলপথাৰত আৰক্ষী বিভাগৰ পদৰ বাবে আবেদনকাৰীসকলক বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভণি কৰা হয়। উক্ত অনুষ্ঠানত SSB ৰঙিয়াৰ ডি আই জি(DIG) শ্ৰী জগদ্বীপ পাল সিং, পাণ্ডুৰী জিলা পৰিষদৰ সদস্য লিটন কলিতা, বৈদ্যগড় গাঁও পঞ্চায়তৰ বিষয় ববীয়া সকল,ভাৰতীয় জনতা পাৰ্টি, ৰঙিয়া ব্লক মণ্ডলৰ বিষয় ববীয়া সকল আৰু দলীয় কাৰ্যকৰ্তাসকলৰ লগতে স্থানীয় আবেদনকাৰী যুৱক সকল উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds