31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    হঠাৎ নাৰায়ণপুৰৰ পলিটেকনিক কলেজত উত্তেজনা :

    হঠাৎ নাৰায়ণপুৰৰ পলিটেকনিক কলেজত উত্তেজনা :

    নাৰায়ণপুৰৰ পলিটেকনিক কলেজত সোমবাৰে হঠাৎ উত্তেজিত হৈ পৰে ছাত্র- ছাত্রী সকল ।

    কলেজখনৰ কতৃপক্ষই দীৰ্ঘদিন ধৰি নিৰ্বাচন অনুষ্ঠিত নকৰাৰ
    কেন্দ্ৰ কৰি ক্ষোভিত হৈ পৰে মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকল।
    দীৰ্ঘদিন ধৰি ছাত্ৰী নিবাসত পঢ়াৰ সু-ব্যৱস্থা নথকাৰ উপৰি খোৱা পানীৰ লগতে নিয়মীয়া সুৰক্ষা ব্যৱস্থা নথকাৰ বাবে কলেজ কতৃপক্ষক অভিযোগ দিয়াৰ পিছতো কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ বাবে সোমবাৰে মহাবিদ্যালয় খনৰ ছাত্র-ছাত্ৰী সকলে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মহাবিদ্যালয় চৌহদত।

    কলেজ খনৰ অধ্যক্ষ সুভাষ চন্দ্ৰ দাসে নিজ খেয়াল খুচি মতে মাছুল বৃদ্ধি কৰাক লৈ ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ-ছাত্ৰী সকলে।
    ইফালে মহাবিদ্যালয় খন ছাত্র একটা সভাৰ গঠন প্ৰক্ৰিয়াত মহাবিদ্যালয় খনৰ অধ্যক্ষ গৰাকীয়ে কিছু নিজৰ ইচ্ছা অনুসৰি কাম কৰা বুলি প্ৰকাশ কৰে ছাত্র ছাত্ৰীয়ে ।

                                  নাৰায়নপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds