31.3 C
Guwahati
Saturday, October 18, 2025
More

    শেহতীয়া আপডেটঃ

    স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ কাৰ্যালয় মুকলি কুসুমটোলাত

    স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ কাৰ্যালয় মুকলি কুসুমটোলাত ::

    বিশ্বনাথ চাৰিআলি ১২ জুন ::

    দেওবাৰে মহিলা সজাগতা ও গ্ৰাম্যোন্নয়ন সংস্থা তথা জ্যোৰ্তিময় সমাজ অসম, চমুকৈ Wariors ৰ মুখ্য কাৰ্যালয়টি অস্থায়ী ভাৱে শোণিত পুৰ জিলাৰ কুসুমটোলাত শুভ উদ্ধোধন কৰা হয়।

    পূৱা ৯ বজাত পতাকা উত্তোলন কৰে ৱাৰিৱৰ্ছৰ ৰাজ্যিক সম্পাদিকা সুস্বপ্না হাজৰিকাই।
    ইয়াৰ পিছতে সম্পূৰ্ণ মাংগলিক ৰীতি নীতিয়ে ৱাৰিৱৰ্ছ ৰাজ্যিক মুখ্য কাৰ্যালয়টো শুভ উদ্ধোধন কৰে শোণিতপুৰ জিলাৰ সম্পাদিকা বিৰতি বৰঠাকুৰে। ইয়াৰ পিছতে এখনি সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে Wariors ৰ অধ্যক্ষ উৎপল শিৱম,ৰাজ্যিক সম্পাদিকা সু স্বপ্না হাজৰিকা, ৰাজ্যিক সম্বনয়ক তথা বিশ্বনাথ জিলাৰ সম্পাদক অৰ্জুন চেত্ৰী,বিশ্বনাথ জিলাৰ উপদেষ্টা মা: প্ৰিঞ্চ চামচুল হক, বিশ্বনাথ জিলা সভানেত্ৰী অঞ্জলি বৰুৱা, শোণিতপুৰ জিলা সভাপতি সুনীল আগৰৱলা, বিত্ত সম্পাদিকা স্মৃতি হাজৰিকা,ৰক্ত প্ৰশাসক পূজা আচাৰ্য,আইনী প্ৰশাসক ৰীমা হাজৰিকা ও জামুগুৰি আঞ্চলিকৰ ৱাৰিৱৰ্ছ সদস্য সদস্যা লগতে কুসুমটোলা আঞ্চলিকৰ সমূহ সদস্য সদস্যা লগতে অৰ্ধ শতাধিক লোক উপস্থিত থাকে।
    এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ১২ নং অসম পুলিচ বেটেলিয়নৰ Commandantৰ ধৰ্ম পত্নী। উল্লেখযোগ্য যে ৰাজ্যৰ ৫০ সহস্ৰাধিক লোক জৰিত থকা এই সংগঠনৰ শাখা কাৰ্যালয় অসমৰ প্ৰতি জিলাতেই থকা বুলি জানিব দিয়ে ৱাৰিৱৰ্ছ অধ্যক্ষ উৎপল শিৱমে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.