31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    স্বাধীনতা সেনানী ছবিলাল উপাধ্যায় স্মৃতি ৰাষ্ট্রীয় সম্মান:
    হাম্রো চিনাৰী উত্তৰ পুৱ ভাৰতৰ অধিবেশন  সম্পন্ন :

    স্বাধীনতা সেনানী ছবিলাল উপাধ্যায় স্মৃতি ৰাষ্ট্রীয় সম্মান:
    হাম্রো চিনাৰী উত্তৰ পুৱ ভাৰতৰ অধিবেশন  সম্পন্ন :

     বিশ্বত একতা,শান্তি,সুৰক্ষা, সমৃদ্ধি স্থাপন কৰি ধৰ্ম,সংস্কৃতি,পৰম্পৰা, উৎসৱ,শিশু সকলৰ ব্যক্তিত্ব বিকাশ,থলুৱা খাদ্য,জাতীয় সাজপাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি ২০১৮ চনৰ ১৮ জানুবাৰীত গুৱাহাটীৰ মির্জাত ড. বিষ্ণু ভাণ্ডাৰীক সভাপতি আৰু মনু প্রসাদ চুবেদীক মুখ্য সম্পাদক হিচাবে লৈ গঠিত ”হাম্রো চিনাৰী উত্তৰ পুৱ ভাৰত”নামৰ স্বেচ্ছাসেৱী সংগঠনৰ প্রথম অধিবেশন অলপতে ১৭ আৰু ১৮নবেম্বত চিকিমত দুই দিনীয়া কার্যসুচীৰে অনুষ্ঠিত হয় ।

    উত্তৰ পুর্বাঞ্চলৰ ৬০জন প্রতিনিধিয়ে অংশ গ্রহন কৰা এই অধিবেশনৰ প্রথম দিনা 
    প্রতিনিধি সভা আৰু মুকলি সভা অনুষ্ঠিত হয় ।

    Freedom Fighter Photolal Upadhyay Smriti National Honour:

    ড০.বিষ্ণু ভাণ্ডাৰীৰ সভাপতিত্বত অনুষ্ঠিত প্রতিনিধি সভাৰ আতঁ ধৰে সম্পাদক মনুপ্রসাদ চুবেদীয়ে। প্রতিনিধি সভাত দুই বছৰীয়া কার্যকালৰ কাম কাজৰ আলোচনা কৰাৰ উপৰিও আগন্তুক কার্যকালৰ বাবে নতুন সমিতি গঠন কৰা হয় ।
    অহা কাৰ্য কালৰ বাবে পুনৰ সভাপতি হিচাবে ড০ বিষ্ণু ভাণ্ডাৰী নির্বাচিত হয়।
    উপসভাপতি দুর্গা প্রসাদ ঢকাল,কেপ্তেইন আনন্দ থাপা,মুখ্য সম্পাদক মনু প্রসাদ চুবেদী,সম্পাদক ডিম্বেশ্বৰ ভট্টৰাই,সাংগঠনিক সম্পাদক পৃথিবী ভট্টৰাই,অৰুন খবাচ,পণ্ডিত কেশব খনাল,কোষাধক্ষ অনিল গুৰুং,প্রচাৰ সম্পাদক হেমন্ত কুমাৰ ভৰালী আৰু নৰ সিং বাহাদুৰ ছেত্রী সহ ২১ জনীয়া কার্যকৰী সমিতি গঠন কৰা হয় ।
    মুকলি সভাত চিকিমৰ বিধায়ক বিষ্ণু খতিওৰাই সভাপতিত্ব কৰে ।

    Freedom Fighter Photolal Upadhyay Smriti National Honour:

    এই সভাত অবিচি বোর্ডৰ অধক্ষ পবিত্রা ভণ্ডাৰীয়ে অংশ গ্রহন কৰি নেপালী ভাষা সংস্কৃতি আদিৰ ওপৰত আলোকপাত কৰে ।

    এই সভাতেই অসমৰ জাতীয় কংগ্রেছ প্রথম সভাপতি তথা স্বাধীনতা সেনানী ছবিলাল উপাধ্যায় স্মৃতি ৰাষ্ট্রীয় সম্মান চিকিম কলাকাৰ সংঘৰ সভাপতি ছুনিলাল ঘিমিৰেক প্রদান কৰে ।
    আন এগৰাকী বিধায়ক এম দুলালেও অংশ গ্রহন কৰে !সন্ধিয়া চিকিম,দার্জিলিং,মিজোৰাম,অসম,নগালেণ্ড আৰু মেঘালয়ৰ পৰা যোৱা শিল্পী সকলে সাংস্কৃতিক সন্ধিয়া পৰিবেশন কৰে ।

    দ্বিতীয়দিনা বিভিন্ন স্থান পৰা প্রতিনিধি সকলে চিকিমৰ ধার্মিক স্হল আৰু পর্যটন ক্ষেত্র ভ্রমন কৰে ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds