31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    সশস্ত্ৰ সীমা বলৰ লগত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক ।

     

    তেজপুৰ, ১ নৱেম্বৰ : সশস্ত্ৰ সীমা বল ৰ লগত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ গুৰুত্বপূৰ্ণ সন্মিলন  ।

    সীমা সুৰক্ষা বলৰ দায়িত্ব থকা সকলো শীৰ্ষ বিষয়াৰ লগত মুখ্যমন্ত্ৰী গৰাকীৰ এই জৰুৰী বৈঠকত মিলিত হয় এছ এছ বি ৰ ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ ইন্সপেক্টৰ জেনেৰেল  প্ৰদীপ কুমাৰ গুপ্তা ৰ লগত ।

    টাৱাংত শীৰ্ষ বিষয়া সকলে মুখ্যমন্ত্ৰী গৰাকীৰ লগীত সীমা সমস্যা সমূহৰ বিষয়ে আলোচনা কৰে । বিশেষকৈ ভাৰত- ভুটান সীমান্তত  অৱস্থিত অৰুণাচল প্ৰদেশৰ পশ্চিম টাৱাং জিলাৰ শেষ প্ৰান্তত গাতে লাগি আছে ভূটান । পূৰ্বতে ভুটানৰ লগত এক সৌহাদ্য মূলক অহা যোৱা চলিছিল সীমান্তৰ গাঁও অঞ্চলত কিন্ত বিগত সময়চোৱাত কোভিড মহামাৰীৰ বাবে  ভূটানে সীমা অতিক্ৰম কৰি অহা যোৱা বন্ধ কৰি ৰাখিছে ।

    সীমা বলৰ ভাৰত চীন ,ভাৰত ভূটান সীমান্তৰ অঞ্চলত জনসাধাৰণৰ লগতে সীমান্ত সুৰক্ষা প্ৰদান ৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ।

    উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী গৰাকীয়ে সীমান্তৰ অঞ্চলত থকা সকলো সুৰক্ষা বাহিনীৰ লোকৰ লগত  আলোচনা অব্যাহত ৰাখিছে অক্টোবৰ মাহৰ মাজৰ পৰা ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds