Thursday, May 29, 2025
26.4 C
Guwahati
TOP NEWS:

সমাজ হিতৈষী ভগৱান চন্দ্র মজুমদাৰ আৰু নাট্যসম্রাট চন্দ্ৰ চৌধুৰীৰ সোঁৱৰণত মঘাই-মোহন বঁটা- ২৩ ঘোষণা

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

গুৱাহাটী ২৮ ফেব্ৰুৱাৰী: সাংবাদদাতা, মনীষা শৰ্মা-চৰকাৰী পঞ্জীয়নভুক্ত বেচৰকাৰী সাংস্কৃতিক সংস্থা ‘মঘাই-মোহন কৃষ্টি সংঘ, অসম’য়ে বিগত বছৰবোৰৰ দৰে এইবেলিও অসমৰ লোকসংস্কৃতি আৰু নাট্যাভিনয়ৰ ক্ষেত্ৰখনত যোগাই অহা অৱদানৰ ভিত্তিত দুগৰাকী প্রবীন শিল্পীক “মঘাই-মোহন বঁটা” প্রদান কৰিছে। উল্লেখ্য যে লোকসংস্কৃতিৰ সাধক আৰু নাট্যকর্মীক প্রদান কৰিব লগা প্রতিটো বঁটাতে আছে নগদ পঁচিশ হাজাৰ টকা, ফুলাম গামোচা, জাপি, প্রশস্তিপত্ৰ আৰু অংগবস্ত্র ইত্যাদি। যোৱা বৰ্ষৰ এই বঁটা প্রাপক আছিল ক্রমে শিল্পী ড° লক্ষ্যহীৰা দাস আৰু গায়ক দশৰথ দাস। প্রবীন জ্ঞানী-গুণী শিল্পী সকলক সাময়িক ভাবে আর্থিক সকাহ আৰু তেখেতসকলৰ জীৱনজোৰা সাধনাৰ বাবে যথোচিত সন্মান প্রদান কৰাই হৈছে এই বঁটাৰ উদ্দেশ্য। উল্লেখযোগ্য যে ২০২৩ বৰ্ষৰ বাবে সমাজ হিতৈষী ভগৱান চন্দ্র মজুমদাৰ আৰু নাট্যসম্রাট চন্দ্র চৌধুৰীৰ সোঁৱৰণত “মঘাই-মোহন বঁটা”- ২৩ প্রদান কৰা হ’ব ক্রমে প্রবীন কণ্ঠ শিল্পী স্নেহলতা দাস আৰু ভ্ৰাম্যমান মঞ্চজগতৰ বলিষ্ঠ অভিনেতা তৌফিক ৰহমানক । ইপিনে অহা -২৯মাৰ্চ শুক্রবাৰে গুৱাহাটী প্ৰেচক্লাৱত অনুষ্ঠিত হ’ব লগা মঘাই-মোহন কৃষ্টি সংঘ, অসমৰ বাৰ্ষিক সভাত এই বঁটাসমূহ প্ৰদান কৰা হ’ব বুলি বুধবাৰে এক সংবাদ মেল যোগে ঘোষণা কৰে সংঘৰ সভাপতি নৱ কুমাৰ মজুমদাবে জানিবলৈ দিয়ে।

- Advertisement -

Hot this week

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

ASSAM RIFLES INAUGURATES FOOTBALL GROUND

As part of its continued efforts to foster youth...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

ASSAM RIFLES RECOVERS HEROIN WORTH ₹3.5 CRORE IN CACHAR DISTRICT, ASSAM

In a decisive blow to narco trafficking in the...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.4 ° C
24.4 °
24.4 °
95 %
2.5kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds