Saturday, May 31, 2025
23.6 C
Guwahati

শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত মিছন বসুন্ধৰা পৰ্টেলৰ ওপৰত প্ৰশিক্ষণ : ২ শতাধিক চি.এচ চি VLE সহায়ক

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

 

মিছন বসুন্ধৰা আঁচনি খন যোৱা ২ অক্টোবৰত শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰে।


আচঁনি খন শুভাৰম্ভ হোৱা পিছতে তৎপৰ হৈছে জিলা জিলাই জিলাই প্ৰশাসনিক বিষয়া সকলক।
তাৰ সমান্তৰালকৈ শোণিতপুৰ জিলা আৰু বিশ্বনাথ জিলাও তৎপৰ হোৱা পৰিলক্ষিত হৈছে।

এই আঁচনি খনৰ বিষয়ে চৰকাৰে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা লক্ষ্যৰে বিভিন্ন স্থানত সজাগতা আৰম্ভ কৰিছে।
ইফালে উক্ত মিছন বসুন্ধৰা পৰ্টেলটো জৰিয়তে সৰ্বসাধাৰণ সুবিধা হোৱাকৈ ৰাইজক সহায় কৰিবলৈ বুধবাৰে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত শোণিতপুৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত এক বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায়।

শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ ২শতাধিক চি এচ চি (CSC- VLE) কেন্দ্ৰ সমূহৰ সহায়ক সকলক এই বিশেষ প্ৰশিক্ষণ প্ৰদান কৰে শোণিতপুৰ জিলা প্ৰশাসনে ।

উক্ত প্ৰশিক্ষণত উপস্থিত থকা তেজপুৰ চক্ৰ বিষয়া পংকজ বৰাই বসুন্ধৰা মিছন জৰিয়তে কি দৰে ৰাইজক চি এচ চি কেন্দ্ৰ সহায়ক সকলে সহায় কৰিব পাৰিব তাৰ ওপৰত বক্তব্য প্ৰদান কৰি কয়
তেজপুৰ চক্ৰ বিষয়া পংকজ বৰাই সাধাৰণ জনতাই বসুন্ধৰা মিছন পৰ্টেলটো জৰিয়তে মাটি-বাৰী কাম কৰিব পাৰিব ঘৰৰ পৰাই যাৰ বাবে এই ক্ষেত্ৰত সহযোগিতা প্ৰয়োজন অঞ্চলটো চি এচ চি কেন্দ্ৰ সহায়ক সকলৰ।
দুষ্ট চক্ৰ পৰা সাধাৰণ জনতাক আতৰাই আনিবলৈ আৰু সাধাৰণ দৰিদ্ৰ জনতাই ঘৰৰ পৰাই নিজৰ মাটিৰ বাৰী কাম কাজ কৰিবলৈ অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ই অতি সুন্দৰ এখন আচঁনি হাতত লোৱা কথা কয় এই আচঁনি আমি সফল কৰা সহায় কৰিব লাগিব বুলি প্ৰকাশ কৰে।


আনহাতে বিষয়া গৰাকীয়ে ২ শতাধিক চি এচ চি কেন্দ্ৰ সহায়ক।

আঁচনিখনৰ ওপৰত বিশ্লেষণ কৰি ৰাজহচক্ৰ বিষয়া গৰাকীয়ে প্ৰকাশ কৰে মাটি-বাৰী ক্ষেত্ৰৰ যিকোনো বিষয় কাৰ্যালয়লৈ নহাকৈ থলিতে নিষ্পত্তি কৰাৰ বাবে অসম চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে। এই আচঁনিৰ জৰিয়তে কোনোধৰণৰ জটিলতা নথকাকৈয়ে মাটিৰ গৰাকীয়ে সুবিধা গ্ৰহণ কৰিব। তাৰ ভিতৰত- উত্তৰাধিকাৰী সূত্ৰে নামজাৰি, দলীল সূত্ৰে নামজাৰি, বিবাদ মুক্ত বাটোৱাৰা, একচনা পট্টা ম্যাদী কৰণ, মাটিৰ শ্ৰেণীৰ পৰিবৰ্তন, ৰাজহ নথিৰ পৰা দখল, স্বত্বহীন পট্টাদাৰৰ নামকৰ্তন, আৱণ্টিত মাটি ম্যাদী কৰণ, ভূমি নথিৰ সংশোধন, ভূমি নথিত পট্টাদাৰৰ মোবাই নম্বৰ অন্তৰ্ভুক্ত আদি বিষয় সন্নিৱিষ্ট হৈছে। এই ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা সৃষ্টি নহ’লে আঁচনিখন ফলপ্ৰসূ নহ’ব তাৰ বাবে ৰাইজৰ মাজত এক সজাগতা সৃষ্টিৰ কৰিবলৈ আহ্বান জনাই চি. এচ চি (CSC) সকলক।প্ৰশিক্ষণ কালত উপস্থিত থাকে শোণিতপুৰ জিলা
অতিৰিক্ত উপায়ুক্ত দুটিভা বৰা,
অতিৰিক্ত উপায়ুক্ত বান্তি তালুকদাৰ,
অতিৰিক্ত উপায়ুক্ত ৰুমি বৰুৱা,
সহকাৰী আয়ুক্ত কবিয়াশ্ৰী দীহিংগিয়া,
সহকাৰী আয়ুক্ত কবিতা ফাংচু লগতে শোণিতপুৰ জিলা চি এচ চি (CSC) জিলা তত্বাৱধায়ক দিপাংকৰ তামুলীকে ধৰি জিলা খনৰ কেইবাজনো বিষয়া উপস্থিত থাকে।

- Advertisement -

Hot this week

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

ASSAM RIFLES RECOVERS HEROIN WORTH ₹3.5 CRORE IN CACHAR DISTRICT, ASSAM

In a decisive blow to narco trafficking in the...

Topics

ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

Related Articles

Popular Categories

Assam
overcast clouds
24.2 ° C
24.2 °
24.2 °
96 %
1.8kmh
100 %
Sat
32 °
Sun
27 °
Mon
31 °
Tue
30 °
Wed
31 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds