31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    শিৱসাগৰ নামতি চাৰি আলিত ব্যৱসায়ী সকলৰ ক’ভিড টেষ্ট সম্পন্ন, চেলুন ব্যৱসায়ী ক’ভিড পজিটিভ

    ১৫০ জনকৈ ব্যৱসায়ীৰ ভিতৰত মুঠ ৮জনৰ দেহত কভিড পজিতিভ ধৰা পৰে

    • শিৱসাগৰ নামতি চাৰি আলিত ব্যৱসায়ী সকলৰ ক’ভিড টেষ্ট সম্পন্ন।
    • টেষ্টৰ ফলাফলত চেলুন ব্যৱসায়ী কভিড পজিটিভ। আতংকিত স্থানীয় ৰাইজ।
    • ৰাজ্যত অব্যাহত আছে কভিডৰ সংক্ৰমণ।
    • ক’ভিড সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে প্ৰৱৰ্তন কৰিছে নতুন নতুন SOP ।
    • তেনে সময়ত শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত নামতিত আজি স্থানীয় আৰক্ষীৰ সহযোগত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ব্যৱসায়ী সকলৰ কভিড টেষ্ট কৰা হয়।

    • ১৫০জনকৈ ব্যৱসায়ীৰ ভিতৰত মুঠ ৮জনৰ দেহত কভিড পজিতিভ ধৰা পৰে।
    • ইয়াৰে চাৰি জন চেলুন ব্যৱসায়ী আৰু এজন ফুচকা ব্যৱসায়ী পজিটিভ হোৱাত এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ।
    • পৰবৰ্তী সময়ত স্বাস্থ্য বিভাগৰ ফালৰপৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া সময়ত লক্ষণীয় হ’ব।
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds