Tuesday, July 22, 2025
28.8 C
Guwahati
TOP NEWS:

শিৱসাগৰ নাজিৰাৰ বালিঘাটত বৃহৎ পৰিমাণৰ গাঞ্জা সহ আটক এজন

- Advertisement -

♦শিৱসাগৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱা,অসম খবৰঃ শিৱসাগৰ নাজিৰাৰ লগতে ইয়াৰ দাতিকাষৰীয়া অঞ্চলত এতিয়া বৃদ্ধি পাইছে গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায়।
আজি শিমলুগুৰি আৰক্ষীয়ে নাজিৰাৰ বালিঘাটত জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা।
শিৱসাগৰৰ পৰা শিমলুগুৰিলৈ আহি থকা অৱস্থাত শিমলুগুৰি আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি নাজিৰাৰ বালিঘাট তিনিআলিত ১০ কে.জি গাঞ্জাসহ এজন গাঞ্জা ব্যৱসায়ীক আটক কৰে৷

আটকাধীন ব্যৱসায়ীজনৰ নাম ইমৰাণ আলি৷
শিমলুগুৰিৰ এজন ব্যক্তিক গাঞ্জাখিনি দিবলৈ আহিছিল ইমৰাণ আলিয়ে।
ইমৰাণ আলিৰ ঘৰ শিমলুগুৰিৰ চন্টকত৷
শিৱসাগৰ নগৰৰ পৰা AS – 04-AC-3673 নম্বৰ টাটা এচি গাড়ীত শিমলুগুৰি নগৰলৈ কঢ়িয়াই আনিছিল ১০কেজিৰ ওজনৰ এই গাঞ্জাখিনি৷
শিমলুগুৰি আৰক্ষীয়ে ১০ কেজি ওজনৰ গাঞ্জা খিনি জব্দ কৰাৰ লগতে ইমৰাণ আলিকো আটক কৰে।

Hot this week

Nokia 5G phone launch at 200MP camera 6000mAh battery and 65w charging

Nokia 5G phone: The Nokia N73 5G represents a remarkable...

ASSAM RIFLES RECOVERS HEROIN AND METHAMPHETAMINE WORTH ₹76 Cr IN JIRIBAM DISTRICT, MANIPUR

■ In a significant blow to drug trafficking, Assam...

Topics

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Samsung India Begins Pre Orders for Galaxy Z Fold7, Galaxy Z Flip7 – The Most Advanced Galaxy Z series yet

New Delhi, July 14, 2025: Samsung, India’s largest consumer electronics...

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাঃ দুয়োটা ইঞ্জিনেই বিকল হৈছিল

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাঃ দুয়োটা ইঞ্জিনেই বিকল হৈছিল বিমান দুৰ্ঘটনাৰ...

অতিথিসকলক মাননি প্ৰদানৰ প্ৰয়োজনীয়তা –   ড° বুলজিৎ বুঢ়াগোহাঁই

          আজি-কালি সাংস্কৃতিক, শিক্ষামূলক, সামাজিক, ক্ৰীড়া আৰু ব্যৱসায়িক ক্ষেত্ৰৰ...

Related Articles

Popular Categories

Assam
scattered clouds
29 ° C
29 °
29 °
74 %
1.1kmh
46 %
Tue
29 °
Wed
35 °
Thu
30 °
Fri
36 °
Sat
32 °