Sunday, May 18, 2025
23.5 C
Guwahati

লখিমপুৰৰ ফুলবাৰীত ৰাষ্টীয় নাট মহোৎসৱ :

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

লখিমপুৰৰ ফুলবাৰীত ৰাষ্টীয় নাট মহোৎসৱ :


অভিনৱ থিয়েটাৰ প্ৰকল্পত অৰ্থাৎ ফুলবাৰীৰ পাহাৰৰ দাঁতিকাষৰীয়া ১নং মাজগাঁৱৰ সম্পূৰ্ন গাঁৱলীয়া পৰিবেশৰ মাজত অনুস্থিত হোৱা ৰাষ্টীয় নাট মহোৎসৱত ভাৰতৰ পশ্চিমবংগ, উত্তৃৰ প্ৰদেশ, বিহাৰ, ত্ৰিপুৰা আৰু অসমৰ নাট্যদলে সচেতন ধাৰাৰ নাটক মঞ্চস্থ কৰিছে।

শনিবাৰে নিশা লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ ৰুদাক্ষ নাট্যগোষ্ঠীৰ দ্বাৰা দেৱব্ৰত কলিতাৰ পৰিচালনাত বৰ্তমান সময়ত আমাৰ সমাজতৃ চলিথকা হত্যা হিংশা ধৰ্শন লুণ্ঠন ইত্যাদি সকলো দিশ সামৰি সম্পূৰ্ন অসমীয়া ভাষাৰ “ইশ্বৰৰ সন্ধানত” শীৰ্ষক নাটক প্ৰদৰ্শন কৰে।

বিহপুৰীয়াৰ ৰুদাক্ষ্য নাট্যগোষ্ঠীৰ ইশ্বৰৰ সন্ধানত শীৰ্ষক নাটক খন চাৱলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শকৰ সমাগম পৰিলক্ষিত হয়।

লখিমপুৰৰ ফুলবাৰীত ৰাষ্টীয় নাট মহোৎসৱ :#Rastia# Nat_Mahotsav#at Phulbari in Lakhimpur#

প্ৰেৰক: জয়ন্ত কুমাৰ হাজৰিকা

- Advertisement -

Hot this week

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

অসমৰ ভাষা-সাহিত্যৰ মহীৰূহক গভীৰ শ্ৰদ্ধাৰে স্মৰণ

তীক্ষ্ণ বুদ্ধিদ্দীপ্ত চিন্তা, সৃষ্টি আৰু প্ৰতিভাৰে হোমেন বৰগোহাঞিদেৱে অসমৰ...

গোৱালপাৰাৰ ১৪খন জিলা পৰিষদৰ বাবে অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্রজোঁটৰ অগ্রগতি লাভ

♦পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা ২৭খন জিলাত একেলগে চলি আছে। গোৱালপাৰাত...

Topics

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
scattered clouds
22.3 ° C
22.3 °
22.3 °
94 %
0.6kmh
50 %
Sun
32 °
Mon
28 °
Tue
32 °
Wed
36 °
Thu
34 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds