31.3 C
Guwahati
Friday, September 19, 2025
More

    শেহতীয়া আপডেটঃ

    লখিমপুৰত কেন্দ্ৰীয় ভাৱে লাচিত দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি :

    অহা ২৩ আৰু ২৪ নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কায্যসুচীৰে কেন্দ্ৰীয় লাচিত দিৱস অনুষ্ঠিত হ’ব লখিমপুৰ ত্যাগ ক্ষেত্ৰত ।

    লক্ষীমপুৰ জিলা সমিতিয়ে উদ্যোগত হ’ব লগীয়া কেন্দ্ৰীয় লাচিত দিৱসৰ বাবে উদযাপন সমিতিয়ে সকলো ধৰণৰ ব্যৱস্থা সাজু কৰিছে।

    তাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে।

    লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃবৃন্দই লখিমপুৰৰ উদযাপন স্থলিত বাহৰ পাতিছে সম্পূৰ্ণ তদাৰক কৰি থকা পৰিলক্ষিত হৈছে।
    আনহাতে জিলা সমিতি আৰু কেন্দ্ৰীয় নেতৃবৃন্দই ২৩ আৰু ২৪ নৱেম্বৰৰ দুয়োটা দিনত সমুহ ৰাইজৰ উপস্থিতি আৰু ৰাইজৰ সহযোগিতা কামনা কৰিছে।

    জয়ন্ত কুমাৰ হাজৰিকা

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.