31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হোৱা ইউক্ৰেইনত আৱদ্ধ মায়ঙৰ বঢ়মপুৰ গাৱৰ এগৰাকী ছাত্ৰী

    যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হোৱা ইউক্ৰেইনত আৱদ্ধ মায়ঙৰ বঢ়মপুৰ গাৱৰ এগৰাকী ছাত্ৰী
    প্ৰতিবেদক,মায়ং,২১ফেব্ৰুৱাৰী:ৰাছিয়া-ইউক্ৰেনৰ যুদ্ধৰ আশংকাক লৈ উদ্বিগ্ন ভাৰতীয় দূতাবাস ।

    এই প্ৰসংগতে ইউক্ৰেইনত থকা ভাৰতীয়ক নাগৰীকে ইউক্ৰেইন ত্যাগ কৰাৰ আহ্বান জনাইছে ভাৰতীয় দূতাৱাসে । উল্লেখযোগ্য যে মায়ং ৰাজহ চক্ৰ ৰ অন্তৰ্গত বঢ়মপুৰ গাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰী ডেইজী মেধিয়ে এম,বি,বি,এচ,ডক্টৰ হোৱাৰ সপোন বুকুত লৈ ইউক্ৰেইনৰ এখন মেডিকেল ইউনিভাৰচিটীত আছে অধ্যয়নৰত অৱস্থাত । টাৰন’পিল নেশ্যনেল মেডিকেল ইউনিভাৰচিটীত প্ৰথম বৰ্ষৰ ছাত্ৰী এই ডেইজী মেধি ।

    বীৰেন্দ্ৰ কুমাৰ মেধিৰ কন্যা ডেইজী সম্প্ৰতি ইউক্ৰইনতে সুৰক্ষিত আছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষ সমূহে ভাৰতীয় নাগৰিক সকলক ইউক্ৰইন এৰাৰ বাবে সাজু হৈ থাকিবলৈ আহ্বান জনাইছে ।

    এইলৈ সম্প্ৰতি চিন্তিত হৈ পৰিছে ডেইজীৰ পিতৃ তথা অঞ্চলবাসী ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds