Thursday, May 15, 2025
35 C
Guwahati

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ছিপাঝাৰৰ গৰুখুঁটিৰ কৃষি প্ৰকল্পত :

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ছিপাঝাৰৰ গৰুখুঁটিৰ কৃষি প্ৰকল্পত :

বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় ছিপাঝাৰৰ গৰুখুঁটিৰ কৃষি প্ৰকল্পত । মুখ্যমন্ত্ৰী গৰাকীয়ে
দিনজোৰা কাৰ্যসূচীৰে কেইবাটাও আঁচনিৰ শুভাৰম্ভ কৰে ঢোলপুৰ গৰুখুঁটিত। মুখ্যমন্ত্ৰী গৰাকীয়ে MGNREGS ২০২১-২২ বৰ্ষৰ অধীনত নিৰ্মিত ঢোলপুৰত খহনীয়া সুৰক্ষা প্ৰকল্প এটা কামৰ শুভাৰম্ভ কৰে।


ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঢোলপুৰত কৃষি ক্ষেত্ৰ আৰু গাহৰি পালন পৰিদৰ্শন কৰি কৃষক সকলৰ সৈতে বাৰ্তালাপ কৰে।
ইয়াৰ পিছতে গৰুখুঁটিত সুন্দৰ ভাৱে ফুলি থকা সৰিয়হৰ খেতি পৰিদৰ্শন কৰে।

আনহাতে বুধবাৰ দিনটো আন কাৰ্যসূচী হিচাপে মুখ্যমন্ত্ৰীয়ে গৰুখুঁটিৰ গোশালা পৰিদৰ্শন কৰি বিভিন্ন কাৰ্যক লাপৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে। গৰুখুঁটি দুগ্ধ উৎপাদন কেন্দ্ৰ হিচাপে গঢ় লোৱা আশা প্ৰকাশ কৰি কয় এই উদ্দেশ্যে আগত ৰাখি ইতিমধ্যে দুগ্ধ উৎপাদনকাৰী বাবে প্ৰজাতিৰ গৰু বহি:ৰাজ্য পৰা আমদানি কৰি অনা হৈছে উক্ত গৰু গোহালি পৰিদৰ্শন কৰি গৰুক খাদ্য খোৱাই মুখ্যমন্ত্ৰীয়ে।গৰুখুঁটিত কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়টো ও আধাৰশিলা স্থাপন কৰে ।
তাৰ লগতে গৰুখুঁটি প্ৰকল্পলৈ কৃষি সঁজুলি আৰু সামগ্ৰী কঢ়িওৱা বাহন বিতৰণৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে ।
গৰুখুঁটিতে সেউজীয়া কৰা উদ্দেশ্য ১৩৪ ইকো টাস্ক ফ’ৰ্চৰ উদ্যোগত ৰোপণ কৰা বনানীকৰণ গছপুলি ৰোপণৰো কাৰ্যসূচী শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে।


আনহাতে গৰুখুঁটিৰ নলঝাৰত বয়ন প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি অস্থায়ী বয়ন কেন্দ্ৰত মহিলা শিপিনী সকলৰ সৈতে বাৰ্তালাপত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ পাছতে এপাৰ্ট (APART)ৰ অধীনত গৰুখুঁটি কলিতা পাৰাৰ পৰা গোশালালৈ পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে । প্ৰায় ১ কোটি ৬৫ লাখ টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া এই পথছোৱা আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে।

- Advertisement -

Hot this week

Home Automation for Beginners: Smart Devices You Can Buy Right Now

Find people with high expectations and a low tolerance...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Sanders Gets Respectful Welcome at Conservative College

Find people with high expectations and a low tolerance...

Topics

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Luxmi Group Reinforces Its Commitment to National Service

Guwahati, 12 May, 2025: Proudly rooted in heritage and driven...

শ্ৰোণীৰ প্ৰদাহ ৰোগ

শ্ৰোণীৰ প্ৰদাহ ৰোগ পি আই ডি কাক কয়? পি...

Related Articles

Popular Categories

Assam
scattered clouds
30 ° C
30 °
30 °
59 %
3.3kmh
26 %
Thu
30 °
Fri
31 °
Sat
25 °
Sun
30 °
Mon
35 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds