31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    মায়ঙৰ চনকা ৰাইজৰ মুখত হাঁহি বিৰিঙিছে

    মায়ঙৰ চনকা ৰাইজৰ মুখত হাঁহি বিৰিঙিছে


    প্ৰতিবেদক,মায়ং,২৫জানুৱাৰী: বহু বছৰৰ মূৰত মায়ঙৰ চনকা ৰাইজৰ মুখত হাঁহি বিৰিঙিছে। মৰিগাঁও জিলাৰ মায়ঙৰ ৰাজহ চক্ৰ ৰ অন্তৰ্গত মায়ং পঞ্চায়ত ৰ অন্তৰ্গত চনকা বিদ্যুত ৰ ব্যৱস্থা নাছিল।ৰাইজৰ আপত্তিৰ বাবে বিদ্যুৎ বিভাগে সৌৰশক্তি প্লেট ব্যৱহাৰ‌ কৰি চনকা আৰু হলৌখুন্দা গঞাক বিদ্যুতৰ ব্যৱস্থা কৰাইছিল কেই বছৰ মান ধৰি। কিন্তু সৌৰশক্তি প্লেট স্থাপন কৰা মাটি স্বতাধিকাৰী ক মাহিলী বেতন দিয়াত অৱহেলা কৰাত মাটি স্বতাধিকাৰীয়ে সৌৰশক্তি প্লেট সমূহ উঠাই নি বেলেগ ঠাইত স্থাপন কৰিব দিছিল।তাৰ‌ পিছৰ‌ পৰা চনকা অঞ্চলত নতুন হোৱা ৰিৰ্জট সমূহত সৌৰশক্তি প্লেট সমূহৰ পৰা‌ বিদ্যুৎ দিৱ‌ ধৰাত গঞা ৰাইজৰ বিদ্যুৎ বাল্ব সমূহৰ পোহৰ দিনক দিনে কমি আহিৱ ধৰাত ৰাতি সময়ত চনকা আৰু হলৌখুন্দা গঞা ৰাইজৰ স্কুলীয়া ল’ৰা ছোৱালী পঢ়িৱ নোৱাৰা অৱস্থা হোৱাত দুয়ো গাঁৱৰ ৰাইজ বিদ্যুৎ বিভাগৰ কাষ চাপে। বিদ্যুৎ বিভাগৰ কাষ চাপি দৰ্খাস্ত কৰি সম্পূৰ্ণ বিদ্যুৎ ব্যৱস্থা কৰা কথা জনায়। চৰকাৰে আগবঢ়োৱা দিনদয়াল উপাধ্যায় আঁচনি অধিনত ২০২২বছৰৰ প্ৰথমটো মাহৰ ভিতৰতে মায়ঙৰ চনকা আৰু হলৌখুন্দাত বিদ্যুতৰ সু ব্যৱস্থা কৰাই দিয়াত চনকা আৰু হলৌখুন্দা গঞা ৰাইজৰ আনন্দ মতলীয়া মন হৈ পৰিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds