31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    মাজুলীত ৱাৰিৱৰ্ছৰ নতুন আঞ্চলিক গঠন

    মাজুলীত ৱাৰিৱৰ্ছৰ নতুন আঞ্চলিক গঠন

    অসম খবৰ মাজুলী ১৩ মাৰ্চ :

    মাজুলী জিলা সমিতিৰ উপ সভানেত্ৰী মণিষা হাজৰিকাৰ বাসগৃহত গড়মূৰ অঞ্চলৰ বিশিষ্ট ব্যক্তি সকলৰ উপস্থিত গড়মূৰ আঞ্চলিক সমিতি গঠন কৰা হয়।
    সমিতি খন গঠন কৰা পূৰ্বে স্বেচ্ছাসেৱী সংগঠন ৱাৰিয়ৰ্ছৰ লক্ষ্য আৰু উদ্দেশ্য কাম কাজৰ বিষয়ে বুজাই বুজাই দিয়া হয় সভাত ।

    গড়মূৰ আঞ্চলিক সমিতিৰ বাবে ৰশ্মি ৰেখা হাজৰিকাক উপদেষ্টা
    ঊষা দত্ত সভানেত্ৰী
    মিনাক্ষী শইকীয়া সম্পাদিকা বৰ্ষা বৰুৱাক বৃত্তি সম্পাদিকা লগতে কিৰণ দত্তক
    জন সংযোগ সম্পাদক আৰু সংগননটোৰ গুৰুত্বপূৰ্ণ পদবী সাংগঠনিক সম্পাদিকা হিচাপে মণিষা হাজৰিকা নিৰ্বাচিত কৰি এখন
    সবল আঞ্চলিক গঠন কৰা হয় ।

    সভাত উপস্থিত থাকে মাজুলী জিলা সমিতিৰ সভানেত্ৰী মধুস্মিতা বৰা, উপ সভানেত্ৰী মণিষা হাজৰিকা,সম্পাদিকা জ্যোৎস্না দাস, বিত্ত সম্পাদিকা ৰশ্মি ৰেখা হাজৰিকা, সাংগঠনিক সম্পাদক যদু দত্ত,সতীৰ্থ প্ৰাঞ্জল শইকীয়াকে ধৰি বহু কেইজন।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds