Wednesday, August 13, 2025
25.8 C
Guwahati
TOP NEWS:

বিহালীত ১১ খন “আদৰ্শ অংগনবাড়ী” কেন্দ্ৰৰ আধাৰশিলা স্থাপন বিধায়ক ৰঞ্জিত দত্তৰ :

- Advertisement -

দেওবাৰে বিহালী সমষ্টিৰ বৰগাং ৰঙ্গমঞ্চত বিহালী সমষ্টিত নিৰ্মাণ হ’বলগীয়া ১১ খন আৰ্দশ অংগনবাড়ী কেন্দ্ৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰঞ্জিত দত্তই

অসম চৰকাৰৰ দ্বাৰা নিৰ্মাণ হ’ব লগীয়া এই অংগবাডী কেন্দ্ৰ সমূহৰ জৰিয়তে শিশুসকলৰ শৈক্ষিক উত্তৰণত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্ৰকাশ কৰে বিধায়ক ৰঞ্জিত দত্তই ।

উক্ত অনুষ্ঠানটি অংশগ্ৰহণ কৰে বিশ্বনাথৰ নিৰ্বাচনী বিষয়া তথা বিহালী উন্নয়ন খণ্ডৰ ভাৰাপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ,বিশ্বনাথৰ কাৰ্য্যবাহী দণ্ডাধীশ তথা বাঘমৰাৰ চি,ডি,পি,অ’ অন্যনা লহকৰ, বাঘমৰাৰ খণ্ড উন্নয়ন বিষয়া দিব্যজ্যোতি শইকীয়া,বাঘমৰা সহকাৰী কাৰ্য্যবাহী অভিযন্তা ইন্দ্ৰেশ্বৰ বৰুৱা প্ৰমুখ্যে জিলা পৰিষদ,গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ জনপ্ৰতিনিধিসকল আৰু সমষ্টিৰ অন্তৰ্গত অংগনবাড়ী কেন্দ্ৰসমূহৰ কৰ্মী আৰু সহায়িকাসকল ।

জানিব পৰা মতে উক্ত আৰ্দশৰ কেন্দ্র সমূহত প্ৰথম পৰ্য্যায়ত ২৫.০০লাখ টকা চৰকাৰে প্ৰদান কৰিব ।
এই কেন্দ্ৰ সমূহ নিৰ্মাণ হ’ব চেনিমাৰী আদৰ্শ অংগনবাড়ী কেন্দ্ৰ,কেটলা ৩নং লাইন আদৰ্শ অংগনবাড়ী কেন্দ্ৰ,
লাও দলনী আদৰ্শ অংগনবাড়ী কেন্দ্ৰ,বৰগাং আদৰ্শ অংগনবাড়ী কেন্দ্ৰ,২নং কালাহান্দি আদৰ্শ অংগনবাড়ী কেন্দ্ৰ,৭নং পূৱ জিনজিয়া আদৰ্শ অংগনবাড়ী কেন্দ্ৰ,
শিয়ালমাৰী আদৰ্শ অংগনবাড়ী কেন্দ্ৰ,দক্ষিণ হাতীবন্ধা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ,নীলবাৰী আদৰ্শ অংগনবাড়ী কেন্দ্ৰ,বৰালিমৰা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ,২৪নং ভূমা বস্তি আদৰ্শ অংগনবাড়ী কেন্দ্ৰ।

Hot this week

এনএছইউআইৰ নতুন সভাপতি কৌশিক কাশ্যপৰ দায়িত্ব গ্ৰহণ

ৰাজীৱ ভৱনত মাৰাথন কাৰ্যসূচীত ব্যস্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ...

গুৱাহাটীত নাৰিকল উন্নয়ন ব’ৰ্ডৰ উদ্যোগত কাৰিকৰী সমৃদ্ধি

■ গুৱাহাটীস্থিত আঞ্চলিক নাৰিকল উন্নয়ন ব'ৰ্ডৰ উদ্যোগত ৮ আগষ্ট...

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি

  গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কেন্দ্রীয় উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত...

উচ্চতৰ শিক্ষা আৰু SCERTৰ বাবে আবেদন পত্ৰ বিতৰণ

◊ আজি উচ্চতৰ শিক্ষা আৰু SCERTৰ বাবে আবেদন পত্ৰ...

ASSAM RIFLES CELEBRATES WORLD TRIBAL DAY IN TAMENGLONG, MANIPUR

Assam Rifles celebrated World Tribal Day in New...

Topics

বেদখলৰ বিৰুদ্ধে উচ্ছেদৰ সমৰ্থনত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্যঃ

'আমাৰ বনাঞ্চলত কোনো বে-আইনীভাবৱে বহিব নোৱাৰিব। অবৈধ বে-দখলৰ বিৰুদ্ধে...

উচ্চতৰ শিক্ষা আৰু SCERTৰ বাবে আবেদন পত্ৰ বিতৰণ

◊ আজি উচ্চতৰ শিক্ষা আৰু SCERTৰ বাবে আবেদন পত্ৰ...

Related Articles

Popular Categories

Assam
light rain
28.6 ° C
28.6 °
28.6 °
81 %
0.4kmh
100 %
Wed
29 °
Thu
30 °
Fri
32 °
Sat
32 °
Sun
26 °