Thursday, May 29, 2025
25 C
Guwahati
TOP NEWS:

বিহালীত  পবিত্ৰ উৎসৱ চনম লোচ্ছাৰত পালন : বিধায়ক ৰঞ্জিত দত্ত অংশগ্ৰহণ :

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিহালীত  পবিত্ৰ উৎসৱ চনম লোচ্ছাৰত বিধায়ক  ৰঞ্জিত দত্ত : 


বিশ্বনাথ চাৰিআলি ২ ফেব্ৰুৱাৰী : 
বুধবাৰ  পৰা বৌদ্ধিষ্ট সকলৰ নতুন বছৰৰ আৰম্ভনি ।
এই দিনটো পৰাই  তেওঁলোকৰ পবিত্ৰ উৎসৱ চনম লোচ্ছাৰ আয়োজন কৰে। বিহালী সমষ্টিৰ  বটীয়ামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত নেপালীবৰীস্থিত তামাং বস্তিত এই উৎসৱ আয়োজন কৰিছে বৌদ্ধিক সকলে।
তেওঁলোকৰ নৱ নিৰ্মিত গোম্ফাত অনুষ্ঠিত চনম লোচ্ছাৰ উৎসৱত ভাগ লয় অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ। দত্তই অংশগ্ৰহণ কৰি  পবিত্ৰ গোম্ফাত বন্তি প্ৰজ্জলন কৰি বৌদ্ধিষ্ট ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জনায়৷ 
ইয়াৰোপৰি তেওঁৰ ভাষণত তেওঁলোকৰ গাঁৱলৈ যোৱা পথটো দীৰ্ঘদিন ধৰি পকী নোহোৱাত পথটো শীঘ্ৰে পকী কৰণ কৰি   দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক ৰঞ্জিত দত্তই।দীৰ্ঘদিনীয় সমস্যাটোৰ সমাধানৰ প্ৰতিশ্ৰুতি লাভ কৰি স্থানীয় ৰাইজে আত্ম সন্তুষ্টি সন্তষ্টি প্ৰকাশ কৰে৷ উক্ত অনুষ্ঠানত বিধায়কৰ লগতে নিজবিহালী জিলা পৰিষদৰ সদস্যা দিপিকা দেৱী ঢাকাল ,বৰালীমৰা গাঁও পঞ্চায়তৰ সভাপতি লাচিত বৰা,স্থানীয় সমাজকৰ্মী ৰামকৃষ্ণ পৌড়েল,সমাজকৰ্মী তথা শিক্ষক সঞ্জীৱ কুমাৰ দাস, সমাজকৰ্মী ব্যক্তি লক্ষী ভৰালীকে ধৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে৷

- Advertisement -

Hot this week

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাৰ্থীসকলৰ বাবে স্নাতকোত্তৰ...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
moderate rain
25.2 ° C
25.2 °
25.2 °
95 %
0.9kmh
100 %
Thu
25 °
Fri
24 °
Sat
31 °
Sun
28 °
Mon
31 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds