31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথ মহাবিদ্যালয়ত শৈক্ষিক ভৱনৰ শিলান্যাস

    বিশ্বনাথ মহাবিদ্যালয়ত শৈক্ষিক ভৱনৰ শিলান্যাস

    অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২০ ডিচেম্বৰ ঃ

    ঐতিহ্যমণ্ডিত বিশ্বনাথ মহাবিদ্যালয়ত আন্তঃগাঠনি উন্নয়ন আৱন্টন পূজিৰ অধীনত আজি মহাবিদ্যালয়ত
    শৈক্ষিক ভৱনৰ শিলান্যাস কাৰ্যসূচী বৈদিক নিয়মৰে অনুষ্ঠিত কৰে ৷

    মহাবিদ্যালয়ৰ অধ্যক্ষ ড°
    চিন্তামণি শৰ্মাই আঁঁতধৰা শিলান্যাস কাৰ্যসূচীৰ শুভ আৰম্ভণি কৰে পৰিচালনা সমিতিৰ সভাপতি অভিযন্তা কোকিল হাজৰিকাই৷ অনুষ্ঠানটিত সভাপতি কোকিল হাজৰিকাক এখনি ফুলাম গামোচাৰে আদৰণি জনাই উপাধ্যক্ষ বাবুল বৰাই ৷ অধ্যক্ষ ড° চিন্তামণি শৰ্মাক আদৰণি জনাই জেষ্ঠ অধ্যাপক ৰামানন্দ বৰাই ৷ পৰিচালনা সমিতিৰ সভাপতি কোকিল হাজৰিকাই তেওঁৰ ভাষণত ছাত্ৰ ছাত্ৰী সকলৰ শ্ৰেণী
    কোঠাৰ সুবিধাৰ বাবে মহাবিদ্যালয়ৰ
    আন্তঃগাঁথনি উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলি উল্লেখ কৰে ৷ শিলান্যাস অনুষ্ঠানটোত অধ্যাপক-অধ্যাপিকা ,ছাত্ৰ সংসদৰ সদস্যসকল আৰু ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে৷ মহাবিদ্যালয়ৰ এনে উন্নয়নমুলক কাৰ্যক বিদ্বান মহলে শলাগ লয়৷

    বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds