Wednesday, August 13, 2025
25.7 C
Guwahati
TOP NEWS:

বিশ্বনাথৰ গলিয়াৰ পৰা অৰুণাচল গুমপা লৈ ৫ যুৱকৰ চাইকেল যাত্ৰা , প্ৰকৃতি সুৰক্ষাৰ সজাগতা সৃষ্টি কৰা লক্ষ্যৰে এই যাত্ৰা

- Advertisement -

বিশ্বনাথৰ গলিয়াৰ পৰা অৰুণাচল গুমপা লৈ ৫ যুৱকৰ চাইকেল যাত্ৰা , প্ৰকৃতি সুৰক্ষাৰ সজাগতা সৃষ্টি কৰা লক্ষ্যৰে এই যাত্ৰা

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ’ৰ ৰিপৰ্ট , ৬ জানুৱাৰী ঃ আজি নিচেই ৰাতিপুৱা ৫ মান বজাতে বিশ্বনাথ চাৰিআলিৰ গলিয়া গাওঁৰ পৰা ৫ জন যুৱকে মিলি প্ৰকৃতি সুৰক্ষা সজাগতাৰ সৃষ্টিৰ লক্ষ্যৰে অৰুণাচল গুমপা লৈকে চাইকেল যাত্ৰা আৰম্ভ কৰে । সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু লেষ্ট পেডেলৰ সহযোগত এই চাইকেল যাত্ৰা আৰম্ভ কৰা যুৱক সকলে জানিবলৈ দিয়া মতে আজিৰে পৰা প্ৰকৃতি সুৰক্ষাৰ লক্ষ্যৰে সজাগতাৰ চাইকেল যাত্ৰা কৰি অসম অৰুণাচল সীমান্ত বান্দৰদোৱা হৈ গুমপা লৈকে চাইকেল যাত্ৰাৰে সজাগতা সৃষ্টি অভিযান অব্যাহত ৰাখি পুনৰ তিনি দিনত উভতি অহাৰ তেওঁলোকৰ লক্ষ্য ৷

Hot this week

এনএছইউআইৰ নতুন সভাপতি কৌশিক কাশ্যপৰ দায়িত্ব গ্ৰহণ

ৰাজীৱ ভৱনত মাৰাথন কাৰ্যসূচীত ব্যস্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ...

ASSAM RIFLES CELEBRATES WORLD TRIBAL DAY IN TAMENGLONG, MANIPUR

Assam Rifles celebrated World Tribal Day in New...

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি

  গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কেন্দ্রীয় উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত...

বেদখলৰ বিৰুদ্ধে উচ্ছেদৰ সমৰ্থনত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্যঃ

'আমাৰ বনাঞ্চলত কোনো বে-আইনীভাবৱে বহিব নোৱাৰিব। অবৈধ বে-দখলৰ বিৰুদ্ধে...

ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীৰ সুবিধাৰ্থে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি

উচ্চ শিক্ষা আহৰণৰ দিশত ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীৰ...

Topics

গুৱাহাটীত নাৰিকল উন্নয়ন ব’ৰ্ডৰ উদ্যোগত কাৰিকৰী সমৃদ্ধি

■ গুৱাহাটীস্থিত আঞ্চলিক নাৰিকল উন্নয়ন ব'ৰ্ডৰ উদ্যোগত ৮ আগষ্ট...

এনএছইউআইৰ নতুন সভাপতি কৌশিক কাশ্যপৰ দায়িত্ব গ্ৰহণ

ৰাজীৱ ভৱনত মাৰাথন কাৰ্যসূচীত ব্যস্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ...

ASSAM RIFLES CELEBRATES WORLD TRIBAL DAY IN TAMENGLONG, MANIPUR

Assam Rifles celebrated World Tribal Day in New...

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি

  গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কেন্দ্রীয় উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত...

বেদখলৰ বিৰুদ্ধে উচ্ছেদৰ সমৰ্থনত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্যঃ

'আমাৰ বনাঞ্চলত কোনো বে-আইনীভাবৱে বহিব নোৱাৰিব। অবৈধ বে-দখলৰ বিৰুদ্ধে...

উচ্চতৰ শিক্ষা আৰু SCERTৰ বাবে আবেদন পত্ৰ বিতৰণ

◊ আজি উচ্চতৰ শিক্ষা আৰু SCERTৰ বাবে আবেদন পত্ৰ...

Related Articles

Popular Categories

Assam
overcast clouds
25.8 ° C
25.8 °
25.8 °
91 %
0.9kmh
100 %
Wed
29 °
Thu
30 °
Fri
32 °
Sat
32 °
Sun
26 °