31.3 C
Guwahati
Sunday, November 9, 2025
More

    শেহতীয়া আপডেটঃ

    বন্ধত ক্ষতিগ্ৰস্ত ক্ষুদ্ৰ ব্যৱসায়ীক চৰকাৰক আৰ্থিক সাহাৰ্য্যৰ আহ্বান সদৌ অসম সাপ্তাহিক বজাৰ ব্যৱসায়ী সমিতিৰ

    ■ লকডাউনৰ ফলত ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সময়ত ৰাজ্য চৰকাৰে সাপ্তাহিক হাট বজাৰ সমুহ খুলি দিয়া বাবে সদৌ অসম সাপ্তাহিক বজাৰ ব্যৱসায়ী সমিতিৰ মুখ্য আহ্বায়ক তথা ৰঙাপৰা বজাৰ ব্যৱসায়ী সমিতিৰ সভাপতি প্ৰদীপ সাহাই ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

    লগতে এই দুৰ্যোগৰ সময়ত হাট-বজাৰ কৰা ক্ষুদ্ৰ ব্যৱসায়ী সকল বিশেষ ভাৱে আৰ্থিক সংকতৰ সম্মুখীন হ’ব লগীয়া হৈছে। গতিকে ৰাজ্যৰ এই ক্ষুদ্ৰ ব্যৱসায়ী সকলক যাতে অসম চৰকাৰে কিছু আৰ্থিক পেকেজৰ সাহাৰ্য্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে।

    তেওঁলোক পুণৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে তাৰপ্ৰতি লক্ষ্য ৰাখি সদৌ অসম সাপ্তাহিক বজাৰ ব্যৱসায়ী সমিতিৰ মুখ্য আহ্বায়ক প্ৰদীপ সাহাই ৰাজ্য চৰকাৰক আহ্বান জনাই। সদৌ অসম সাপ্তাহিক বজাৰ ব্যৱসায়ী সমিতিৰ মুখ্য আহ্বায়ক তথা ৰঙাপৰা বজাৰ ব্যৱসায়ী সমিতিৰ সভাপতি প্ৰদীপ সাহাই কয় যে, সদৌ অসম হাট-বজাৰ সমিতিৰ অন্তৰ্ভুক্ত প্ৰায় ১০ৰ পৰা ১২ লাখ ক্ষুদ্ৰ ব্যৱসায়ী অৰ্ন্তভুক্ত হৈ আছে। ক’ভিড মহামাৰীৰ এই ভয়াভহতাৰ সময়ত সমগ্র ৰাজ্যখনত প্রায় ১৫ পৰা ২০ লাখ লোক হাট-বজাৰ ব্যৱসায়ীৰ সৈতে জড়িত আছে বৰ্তমান এওঁলোকৰ অৱস্হা অতি শোচনীয় হৈ পৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।

    চৰকাৰে এই সকল লোকক সহায়ৰ হাত আগবঢ়ালে এওঁলোকৰ পৰিয়াললৈ আশাৰ বতৰা কঢ়িয়াই আনিব বুলিও প্ৰদীপ সাহাই উল্লেখ কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds