31.3 C
Guwahati
Sunday, November 9, 2025
More

    শেহতীয়া আপডেটঃ

    পৰ্যটকৰ বাবে মুকলি পানপুৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানপুৰ সংৰক্ষিত বনাঞ্চল :

    পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাৰ
    লক্ষ্যৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই লৈছে নতুন নতুন পদক্ষেপ ৷

    ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ কাজিৰঙাৰ পিছত উত্তৰ অসমৰ জামুগুৰিহাটৰ পানপুৰ সংৰক্ষিত বনাঞ্চলত দেওবাৰৰ পৰা মুকলি কৰা হয় জীপ চাফাৰি আৰু হাতী চাফাৰি ৷

    কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ পানপুৰ বনাঞ্চলত আছে গড়, হাতী, বাঘকে আদি কৰি আন আন জীৱ-জন্তু ৷

    বনাঞ্চল খনত
    ইক’ টুৰিজিমৰ জৰিয়তে পানপুৰ বনাঞ্চলক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাবে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য আৰম্ভ কৰা হৈছে জীপ আৰু হাতী চাফাৰি ৷

    ২০২০ চনতে পৰ্যটকৰ বাবে বনাঞ্চলখন মুকলি কৰা হৈছিল যদিও ক’ভিডৰ বাবে পৰ্যটকৰ উপস্থিতি আশানুৰূপ নাছিল বনাঞ্চলখনত ৷

    ইফালে দ্বিতীয় বছৰ বাবে দেওবাৰে পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হয় পানপুৰ বনাঞ্চল ৷
    চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, ৰাজ্যৰ প্ৰধান বন সংৰক্ষককে আদি কৰি কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে এই শুভাৰম্ভণী অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

    অনুষ্ঠানত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই পানপুৰ বনাঞ্চলৰ ওপৰত নিৰ্মাণ কৰা এখনি তথ্যচিত্ৰ ইউটিউবৰ জৰিয়তে মুকলি কৰে ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds